শিল্পী পেন্সনৰ পৰা বঞ্চিত কুঁহিৰাম দৈমাৰী
নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ মানুহজনৰ নাম কুঁহিৰাম দৈমাৰী । তেওঁ পোন্ধৰ বছৰ বয়সৰ পৰাই জনগোষ্ঠীয় লোকবাদ্যৰ প্ৰতি আকৰ্ষিত হৈ এই বাদ্যসমূহ নিৰৱচ্ছিন্নভাৱে পৰিৱেশন কৰিবলৈ লয় । পাছত তেওঁ স্ব-প্ৰতিভাৰে উদ্ভাসিত হৈ বড়ো জনগোষ্ঠীয় এজন জনপ্ৰিয়…