জড় , অবাস্তৱ দল কংগ্ৰেছত নতুনত্বৰ ঠাই নাইঃ সিন্ধিয়া
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ বুধবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা মধ্যপ্ৰদেশৰ মহাৰজা খ্যাত জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছৰ বিৰুদ্ধে প্ৰকাশ কৰে ক্ষোভ । ১৮ বছৰে কংগ্ৰেছত লালিত-পালিত জ্যোতিৰাদিত্যই বিজেপিত যোগদান কৰাৰ পাচতেই এতিয়া মধ্যপ্ৰদেশ…