নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ সতর্কবাণী: পৃথিৱীত মহামাৰীৰ ৰূপ ল’ব পাৰে ক’ৰোনাই

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছ অর্থাৎ ক’ভিড–১৯–এ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে৷ শেহতীয়াকৈ বিশ্বজুৰি মহামাৰীৰ ভাবুকি কঢ়িয়াই আনিছে এই মাৰাত্মক ভাইৰাছবিধে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্র’ছ আধান’ম ঘেব্রিয়েছাছে এই…

প্রেয়সীৰ পাণিগ্রহণৰ বাবে তিতাবৰৰ ৰজাবাহৰত উপস্থিত হ’লহি নাইজেৰিয়াৰ দৰা

নিয়মীয়া বার্তা, ১১ মাৰ্চঃ প্রেমে নামানে উচ্চ–নীচ, ধনী–দুখীয়া, দূৰত্বৰ প্রাচীৰ, বয়সৰ সীমনা ৷ প্রেমে জানে মাথোঁ প্রেমৰ ঠিকনা ৷ ইণ্টাৰনেট পৃথিৱীৰ অনলাইন প্রেমক যাউতিযুগীয়া কৰি ৰাখিবলৈ প্রেয়সীক বিচাৰি নাইজেৰিয়ান প্রেমিক ডিৱেষ্ট জ’ন আহি উপস্থিত…

আউনীআটীত শৰণ ল’বলৈ গৈ নাইজেৰিয়াৰ দৰাৰ লটি-ঘটি

নিয়মীয়া বাৰ্তা,১১ মাৰ্চঃ ক'ৰোনা ভাইৰাছৰ বাবে নিমাতীঘাটৰ পৰা সত্ৰনগৰী মাজুলীলৈ অহাত বাধা প্ৰদান কৰা হয় এজন নাইজেৰিয়ান পৰ্যটকক । ঘটনাৰ বিৱৰণী অনুসৰি, নাইজেৰিয়াৰ ডিৱেষ্ট জ’ন নামৰ পর্যটকজনৰ তিনি বছৰৰ পূর্বে গুৱাহাটীত প্রেমৰ সম্পর্ক হৈছিল…

ৰাজ্যসভা নির্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অজিত ভূঞা

নিয়মীয়া বার্তা ১১ মাৰ্চঃ ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব সাংবাদিক অজিত কুমাৰ ভূঞা । যোৱা ৪৮ ঘণ্টাত প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা মতবিৰোধৰ অন্ত পেলাই ভূঞাৰ প্ৰাৰ্থিত্ব প্ৰতি উভয় দলৰ সমৰ্থনক্ৰমে চূড়ান্ত…

নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে প্রতিবাদত নামিল সাংবাদিক

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ বহু প্রত্যাশিত গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ নির্বাচনৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ সুদীর্ঘ ১৭ বছৰৰ পিছত অহা ১২ মার্চত অনুষ্ঠিত হ’ব এই নির্বাচন৷ এক সংবাদ মেলত নির্বাচনৰ তথ্যসমূহ সদৰী কৰি প্রিজাইডিং বিষয়া…

বিটিচি নিৰ্বাচনত নতুন অংকঃ আজমল–হাগ্রামালৈ মিত্রতাৰ অনানুষ্ঠানিক প্রস্তাৱ দিলে কংগ্ৰেছে

নিয়মীয়া বার্তা ১১ মাৰ্চঃ আসন্ন বিটিচি নিৰ্বাচনত বিজেপি দলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণৰ পিছতেই বিৰোধী দল কংগ্ৰেছ পুৰণা মিত্ৰ হাগ্ৰামা মহিলাৰী নেতৃতাধীন বিপিএফৰে গোপন বুজাবুজিৰে নিৰ্বাচন খেলাৰ নতুন কৌশল নিৰ্ধাৰণ কৰিছে৷ আসন্ন…

মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ড, আটক অভিযুক্ত

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ মঙলদৈ আৰক্ষীৰ এটা দলে সোমবাৰে সন্ধিয়া ৰামহৰি মুদৈবডি কেনেলৰ পাৰত পত্নীক হত্যা কৰি নিজৰ ৩ মহীয়া কেঁচুৱাক পত্নীৰ বুকুত থৈ পলায়ন কৰা পাষণ্ডটোক কৰায়ত্ত কৰে৷ হয়নুদ্দিন মণ্ডল নামৰ ৪গৰাকীকৈ মহিলাক বিয়া কৰোৱা অপৰাধীটোৱে…

টু বি হেংড টিল ডেথ: নির্ভয়া কাণ্ডৰ দোষীক শাস্তিৰ প্রসংগৰে মৃত্যুদণ্ডৰ সবিশেষ

একবিংশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণি ২০২০ বর্ষৰ সর্বাধিক চর্চিত বিষয়ৰ অন্যতম নির্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচি কেতিয়া হ’ব৷ তিনিবাৰকৈ মৃত্যু পৰোৱানা স্থগিত হোৱাৰ পাছত দিল্লী পাটিয়ালা হাউছ ক’র্টে চতুর্থখন মৃত্যু পৰোৱানা জাৰি কৰি অহা ২০ মার্চৰ পুৱা…

গ্রন্থ ব্যৱসায়ত নতুন তেজ

অসম প্রকাশন পৰিষদৰ গ্রন্থমেলাখন স্থগিত কৰি দিয়াৰ লগে লগে কিছুসংখ্যক গ্রন্থ ব্যৱসায়ীয়ে হতাশা প্রকাশ কৰিছে যে অসমীয়া কিতাপৰ বেয়া অৱস্থাৰ দিনত গ্রন্থমেলাই যি অকণ আশাৰ ৰেঙনি অনাৰ কথা আছিল, তাৰো সামৰণি পৰিল৷ কথাটোৰ কিমান সত্যতা আছে কোৱা টান,…

ধুবুৰীত বাংলাদেশী কর্মচাৰীক দিনে দুবাৰকৈ  পৰীক্ষা

নিয়মীয়া বার্তা ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে ধুবুৰীৰ জাহাজঘাটত বাহৰ পাতি থকা ১২ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ প্রতিদিনে দুবাৰকৈ কৰা হৈছে স্বাস্থ্য পৰীক্ষাৰ বিশেষ ব্যৱস্থা হাতত লৈছে ধুবুৰীস্থ স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে, প্রায়…