গৌৰৱ গগৈৰ নিলম্বন প্রত্যাহাৰ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ অসমৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ ৭জন কংগ্রেছী সাংসদৰ নিলম্বন প্রত্যাহাৰ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷ যোৱা ৫ মার্চত কংগ্রেছৰ সাংসদকেইজনৰ অভব্য আচৰণত অতিষ্ঠ হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাজেট অধিৱেশনৰ…