নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিএছএনএলত শিক্ষকৰ ১০০ পদ খালীঃ অন্তিম দিন ১৬ মার্চ

দেশৰ অন্যতম অগ্রণী আৰু পুৰণি দূৰসংযোগ কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হৈছে স্নাতক আৰু ডিপ্ল’মাধাৰী শিক্ষা নবিচৰ ১০০ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ…

যোগদানৰ তিনি ঘণ্টাৰ পাচতেই জ্যোতিৰাদিত্যলৈ বিজেপিৰ বিশেষ উপহাৰ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ বুধবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়ালৈ বিশেষ উপহাৰ বিজেপিৰ । ২৬ মাৰ্চত হ'ব লগা ৰাজ্যসভা নিৰ্বাচনৰ বাবে মধ্যপ্ৰদেশৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হ'ব…

ডিমা হাছাও উপায়ুক্তৰ কার্যালয়ত ৫ পদৰ বিজ্ঞাপন-অন্তিম দিন ১৮ মার্চ

ডিমা হাছাও উপায়ুক্তৰ কার্যালয়ত খালী হৈছে জুনিয়ৰ এছিছটেণ্টৰ ৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি জিলা উপায়ুক্তই ইতিমধ্যে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি মুঠ পদ ৫টাৰ অসংৰক্ষিত ৩টা থকাৰ বিপৰীতে অ’বিচি আৰু…

হোলীৰ আনন্দত বিষাদ! পুখুৰীত গা ধুবলৈ গৈ মৃত্যু ৩ কিশোৰীৰ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ হোলীৰ আনন্দৰ মাজতে বৰপেটাত অঘটন। হোলী খেলি গা ধুবলৈ গৈ সলিলসমাধি ঘটিল ৩ কিশোৰীৰ। পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক সাবতিলে কিশোৰী কেইগৰাকীয়ে। মৃত কিশোৰী কেইগৰাকী মধুস্মিতা দাস, ঋতুস্মিতা নাথ আৰু প্ৰীতিৰেখা নাথ। ঋতুস্মিতা…

এল আই চিত অভিযন্তাৰ ২১৮ পদৰ বিজ্ঞাপন: অন্তিম দিন ১৫ মার্চ

দেশৰ বৃহত্তম বীমা কোম্পানী ভাৰতীয় জীৱন বীমা লিমিটেডত খালী হৈছে সহকাৰী অভিযন্তাৰ ২১৮ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কোম্পানীটোৰ সহকাৰী সঞ্চালক এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য…

কাৰিকৰী শিক্ষা সঞ্চালকালয়ত চতুর্থ বর্গৰ ৫৫ পদঃ অন্তিম দিন ২০ মার্চ

অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত খালী হৈছে চতুর্থ বর্গৰ ৫৫ পদ৷ পদসমূহ বীয়েৰাৰ, পিয়ন, চকীদাৰ আৰু ৱর্কশ্বপ যোগালি পর্যায়ৰ৷ অচিৰেই তিনিচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি জিলাৰ প্রতিষ্ঠা হ’বলগীয়া…

সীমান্ত সুৰক্ষা বাহিনীত ৩১৭ পদঃ ১৬ মার্চৰ ভিতৰত আবেদন আহ্বান

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ত মুকলি হৈছে নিযুক্তি লাভৰ সুযোগ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিএছএফৰ নিযুক্তি বিভাগৰ কমাণ্ডেণ্টে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ…

আইঅ’চিত শিক্ষানবিচৰ ৫০০ পদত চাকৰি

ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেড, চমুকৈ আই অ’ চি এলৰ মার্কেটিং ডিভিজনত খালী হৈছে কাৰিকৰী আৰু অকাৰিকৰী শিক্ষানবিচৰ ৫০০ পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি কাৰিকৰী শিক্ষানবিচ (২৬৫), ট্রেড শিক্ষানবিচ (৯৯) আৰু অকাৰিকৰী ট্রেড শিক্ষানবিচৰ (১৩৬) পদত প্রার্থী…

ৰাজ্যসভাত বিজেপিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ অসমৰ তিনিখন আসনৰ বাবে ২৬ মাৰ্চত অনুষ্ঠিত হ'ব লগা ৰাজ্যসভা নিৰ্বাচনৰ প্ৰথমখন আসনত বিজেপিয়ে প্ৰক্ষেপ কৰিব প্ৰাক্তন কংগ্ৰেছী তথা সাংসদ ভুৱনেশ্বৰ কলিতাক । ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে ভুৱনেশ্বৰ…

পাক বায়ুসেনাৰ F-16 যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত; নিহত উইং কামাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ পাকিস্তান বায়ুসেনাৰ এখন F-16 যুদ্ধবিমান দুৰ্ঘটনাত পতিত হৈছে । এই দুৰ্ঘটনাত দেশখনৰ বায়ুসেনাৰ উইং কামাণ্ডাৰ নোমান আকৰাম নিহত হোৱা বুলি এক সূত্ৰত প্ৰকাশ পাইছে । জানিব পৰা মতে দেশখনত ২৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া…