কৰমর্দন, ছেলফিৰ পৰা আঁতৰি থাকিব দঃ আফ্রিকাৰ খেলুৱৈ
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণে ভাৰতত আতংকৰ সৃষ্টি কৰাৰ সময়তে অহা ১২ মার্চত টীম ইণ্ডিয়াৰ বিৰুদ্ধে প্রথমখন এদিনীয়া খেলিব দক্ষিণ আফ্রিকাই৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাটোৰ বাবে দলটো ইতিমধ্যে ভাৰতত উপস্থিত হৈ অনুশীলনত…