ৰিপুণ বৰাৰ বিৰুদ্ধে ছোনিয়াক অভিযোগ তপ্ন পৰিয়ালৰ
নিয়মীয়া বার্তা, ৩ মার্চঃ চাহ জনগোষ্ঠীয় নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডক লৈ পুনৰ বিপদৰ সন্মুখীন হ’ব পাৰে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা৷ বহুচর্চিত হত্যাকাণ্ডটোৰ গোচৰ পুনৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত খোল খোৱাৰ…