নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিক-HS পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ জনতা ভৱনত মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত গ্ৰহণ কৰা হৈছে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মেট্ৰিক আৰু HS পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব ১০ হাজাৰ টকাকৈ এককালীন সাহায্য।…

অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ৬টি শিশু

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ বজাৰঘাট গাঁৱত অচিন ৰোগৰ আতংক। অচিন ৰোগত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যু ৬টি শিশুৰ। প্ৰথমে জ্বৰ, ডিঙিৰ বিষ আৰু মুখৰ পৰা তেজ ওলাই মৃত্যু হৈছে শিশুকেইটিৰ। বৰ্তমানলৈকে চিকিৎসকেও অনুমান কৰিব পৰা নাই যে কি…

‘ভেলেণ্টাইন ডে’ত অভিনেতা ধৰ্মেন্দ্ৰই মুকলি কৰিব তেওঁৰ নতুন ৰেষ্টুৰেণ্ট

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ অহা ১৪ ফেব্ৰুৱাৰী ভেলেণ্টাইন ডেৰ দিনা কর্ণেল হাইৱেৰ সমীপত প্ৰৱীণ অভিনেতা ধর্মেন্দ্রই মুকলি কৰিব তেওঁৰ 'হি-মেন' নামৰ এখন ৰেষ্টুৰেণ্ট । উল্লেখ্য যে অভিনেতাজনে 'ফার্ম টু ফর্ক' নামেৰে থিম লৈ ৰেস্তোৰাখনৰ নাম…

ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ শিক্ষামন্ত্ৰীৰঃ আৱাসৰ মাচুল ,হাত খৰচো যোগান ধৰিব চৰকাৰে

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ 'ব্ৰহ্মপুত্ৰৰ পানী যিহেতু আমি বাধা দি ৰাখিব নোৱাৰো , ঠিক তেনেদৰে ছাত্ৰ-ছাত্ৰী সকলৰ চিন্তা আৰু কল্পনাকো আমি বাধা দিব নোৱাৰো । তেওঁলোকক মুক্ত আকাশত উৰিবলৈ দিব লাগে । ছাত্ৰাৱস্থাত যিহেতু আমিও আন্দোলন কৰিছিলোঁ…

ৰাস্তাত নহয়, পানীত চলিছে এখন ৰিক্সা

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ আপুনি কাহানিও নেদেখা এখন ছবি। ৰাস্তাই-ঘাটে আপুনি হয়তু বহু ৰিক্সা দেখিছে হয়তু উঠিছেও। কিন্তু জলৰিক্সাৰ কথা হয়তু কেতিয়াও শুনা নাই বা দেখা নাই। উত্তৰ গুৱাহাটীৰ এজন যুৱকৰ অভিনৱ উদ্ভাৱন। অতি সাধাৰণ সামগ্ৰীৰে সাজি…

ঐতিহাসিক বিজয়েৰে তৃতীয়বাৰলৈ ১৬ ফেব্ৰুৱাৰীত শপত ল’ব কেজৰিৱালে

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ বিজেপিৰ সকলো চেষ্টাক বিফল কৰি প্ৰত্যাশিতভাৱে পুনৰ ৰাজধানী দিল্লী দখল কৰিলে কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে । দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে…

নতুন ৰাজনৈতিক দলঃ NDFB ৰ চাৰিওটা গোটৰ গোপন বৈঠক

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ একত্ৰীকৰণৰ পূৰ্বে চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত এক গোপন বৈঠকত মিলিত হয় এনডিএফবিৰ চাৰিওটা গোটৰ নেতৃবৰ্গ । চৰ্চিত হৈ থকা নতুন ৰাজনৈতিক দল সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হয় । বিটিআৰত যিহেতু দুটাকৈ ৰাজনৈতিক দল আছে…

ক্রীড়া প্রাধিকৰণত ৩৪৭ পদত চাকৰি

কেন্দ্রীয় চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনত পৰিচালিত এটি স্বতন্ত্র সংস্থা ভাৰতীয় ক্রীড়া প্রাধিকৰণত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রাধিকৰণৰ সঞ্চালকে এটি বিস্তৃত বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে…

কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ৮৭ পদ

অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত…

স্বচ্ছ জল মিছনত ২৭৪ চাকৰি

স্বচ্ছ জল মিছনত খালী হৈছে ভিন্ন বর্গৰ ২৭৪টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ উক্ত পদসমূহ ৰাজ্যৰ বিভিন্ন জিলাত থকা শাখা কার্যালয়সমূহত পূৰণ কৰা হ’ব৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি…