ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত ১৫ পদ
কেন্দ্রীয় চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (এনআইএ)ত খালী হৈছে ডাটা এণ্ড্রী অপাৰেটৰৰ ১৫টা পদ৷ উক্ত খালী পদসমূহ গুৱাহাটীকে ধৰি দেশৰ ভিন্ন প্রান্তত থকা সংস্থাটোৰ শাখা কার্যালয়ত পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা…