নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত সংঘর্ষঃ শাস্তিৰ সন্মুখীন হ’ব পাঁচগৰাকীকৈ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ ১৯ বছৰ অনূর্ধ্ব আই চি চি বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰাৰ পিছত বাংলাদেশৰ খেলুৱৈসকলে আক্রমণাত্মক আনন্দ উৎসৱত মত্ত হোৱাৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে৷ ক্রিকেটৰ আচৰণবিধি ভংগৰ এনে…

গোৱাৰ লক্ষ্য শীর্ষস্থানঃ মুম্বাইৰ আশা প্লে অফ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ মুম্বাই চিটী এফ চিয়ে চলিত হিৰো ইণ্ডিয়ান ছুপাৰ লীগত দুখন মেচ খেলিবলৈ বাকী আছে৷ এই দুয়োখন মেচত দলটোৱে জয়লাভ কৰিলেহে প্লে অফলৈ যোগ্যতা অর্জনৰ সুযোগ থাকিব৷ অৱশ্যে অন্য দলৰ প্রদর্শনে সমীকৰণ সলনিও কৰিব পাৰে৷ মুম্বাই…

বিশ্বজুৰি প্রাণঘাতী ক’ৰোনাৰ বলি সহস্রাধিক

নিয়মীয়া বাৰ্তা ১২ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাই ইতিমধ্যে ১০০০ সীমা অতিক্রম কৰিছে৷ চীনৰ হুবেই প্রদেশত নতুনকৈ ১০৩গৰাকী লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে বেইজিং প্রশাসনে৷ ইফালে বিশ্বজুৰি এই ভাইৰাছবিধৰ সংক্রমণত…

শৃংখলাটোত জয়ৰ বাবে ভাৰত যোগ্য নাছিলঃ কোহলি

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ হাতত এদিনীয়া শৃংখলাত হোৱাইট ৱাছৰ সন্মুখীন হোৱাৰ পিছত অসন্তুষ্ট হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ মঙলবাৰে তৃতীয় এদিনীয়াত পাঁচ উইকেটত পৰাস্ত হোৱাৰ পিছত আলহী দলটোৰ তাৰকা বেটছমেনগৰাকীয়ে কয় যে…

বাৰোৱাৰীত ৬০০ বটল ফেন্সিডাইল জব্দ লতাশিল আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১২ ফেব্রুৱাৰীঃ মহানগৰীৰ লতাশিলৰ বাৰোৱাৰীত মঙলবাৰে বিয়লি আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত পদপথৰ পৰা বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে মঙলবাৰে বিয়লি লতাশিল আৰক্ষীয়ে বাৰোৱাৰীত তালাচী চলাই আছিল৷ আৰক্ষীৰ তালাচী…

বোন্দাত অব্যাহত ৰঙামাটিৰ অবৈধ ব্যৱসায়

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ  পাহাৰ খনন তথা ৰঙামাটি কটাৰ ক্ষেত্রত জিলা প্রশাসনৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো নাৰেংগী খণ্ড বন কার্যালয় এলেকাধীন বোন্দা অঞ্চলত খোদ বন বিষয়াৰ ছত্রছায়াতে চলি আছে ৰঙামাটিৰ ৰমৰমীয়া বেহা৷ যাৰ ফলত বোন্দাৰ বিভিন্ন…

১৫ মার্চত গুৱাহাটীৰ পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ  চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত গুৱাহাটী মহানগৰীৰ ৫৫ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব৷ প্রথম পর্যায়ত এই আঁচনিখন অহা ১৫ মার্চত মুখ্যমন্ত্রীয়ে শুভাৰম্ভ কৰিব৷ মঙলবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত…

বিজ্ঞাপন আৰু পর্যটন

অসম চৰকাৰৰ পর্যটন নিগমে বিজ্ঞাপনৰ লক্ষ্য সন্মুখত ৰাখি অসমত ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰাক লৈ বিভিন্ন ধৰণৰ আপত্তি প্রকাশ কৰা দেখা গৈছে৷ এই আপত্তিৰ বিভিন্ন কাৰণ আছে আৰু সেই বিষয়ে আলোচনাও হৈ আছে৷ এই আলোচনাত এটা কথা মাজে মাজে শুনা…

অর্থনীতিৰ সংকট আঁতৰিছে, ভাল দিশ দৃশ্যমান- বিত্তমন্ত্রী সীতাৰমণ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে মন্তব্য কৰিছে যে ভাৰতীয় অর্থনীতিৰ সংকট আঁতৰিছে আৰু ভাল দিশ দৃশ্যমান হৈছে৷ তেওঁ আৰু কয় যে পাঁচ ত্রিলিয়ন আমেৰিকান ডলাৰ অর্থনীতিৰ দিশে দেশ আগবাঢ়িছে৷ চৰকাৰে গ্রহণ কৰা…

এন পি আৰ ২০২০ঃ ৰাষ্ট্রপতি হ’ব পাৰে প্রথম ভাৰতীয় নাগৰিক

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ অহা ১ এপ্রিলৰ পৰা দেশজুৰি আৰম্ভ হ’ব লগা ৰাষ্ট্রীয় জনসংখ্যা পঞ্জী চমুকৈ এন পি আৰত প্রথমজন ভাৰতীয় নাগৰিক হিচাপে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ নাম অন্তর্ভুক্ত হ’ব পাৰে৷ নাম প্রকাশত অনিচ্ছুক এজন বিষয়াই এই কথা প্রকাশ…