নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানসিক ৰোগীৰ প্রতি সমাজৰ দায়বদ্ধতা

এণ্টিডট  গীতিমালিকা নেওগ  ল’ৰালিৰ কিছুমান স্মৃতিয়ে মনটো এতিয়াও বিষাদগ্রস্ত কৰি তোলে৷ সেই সময়ত সমস্যাবোৰ সমাধান কৰিবলৈ বিচাৰিছিলোঁ যদিও কণমানি মনটোৱে তাৰ একো উৱাদিহ পোৱা নাছিল৷ কিন্তু আজি তেনে এটা সমস্যা দেখিলে তাৰ কাৰণ ভালদৰে…

এনডিএফবিৰ চাৰিওটা গোটে গঠন কৰিব ৰাজনৈতিক দল

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতেই এতিয়া বিটিআৰত গঠন হ'ব নতুন ৰাজনৈতিক দল । এনডিএফবিৰ চাৰিওটা গোটে এককভাৱে গঠন কৰিব এই বিশেষ ৰাজনৈতিক দলটো । ইয়াৰ বাবে ১২ ফেব্ৰুৱৰীত তামুলপুৰত আয়োজন কৰা হৈছে এক…

এটি দুটি নহয় একেলগে তিনিটি সন্তান জন্ম দিলে পূজাই

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ এটা, দুটা নহয় তিনিটা সন্তান জন্ম দিলে মৰিগাঁৱৰ পূজা চৌহানে । নগাঁৱৰ এ জি হাস্পতালত মৰিগাঁৱৰ এইগৰাকী মহিলাই দেওবাৰে তিনিটা সন্তান জন্ম দিয়াৰ পাচতেই এতিয়া আনন্দৰ বন্যা বিয়পিছে হাস্পতালখনৰ লগতে পৰিয়ালটোত । পূজা…

সমস্যা সমাধানৰ বাবে একত্রিত হওক কোচ ৰাজবংশী লোকঃ টংকেশ্বৰ ৰাভা

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে বৃহত্তৰ কোচ  ৰাজবংশী জনগোষ্ঠীৰ লোকসকল একত্রিত হোৱাটো নিতান্তই প্রয়োজন৷ ইয়াৰ অবিহনে জনগোষ্ঠীটোৰ সমস্যা কেতিয়াও সমাধান নহয়৷ নিজৰ অধিকাৰ লাভৰ বাবে…

‘ছিকাৰা’ উপভোগ কৰি আৱেগিক এল কে আদৱানি, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা,১০ ফেব্ৰুৱাৰীঃ কাশ্মীৰী পণ্ডিতৰ দুর্দশা আৰু গণপ্রব্রজনক লৈ বিধু বিনোদ চোপ্রাৰ নৱতম ছবি ‘ছিকাৰা’ উপভোগ কৰি আৱেগিক হৈ পৰা দেখা গ’ল জ্যেষ্ঠ বিজেপি নেতা এল কে আদৱানিক ৷ ছবিখনৰ বিশেষ প্রদর্শনী উপভোগৰ সময়ত আদৱানিৰ দুচকুৰে অশ্রু…

ভাইৰাছৰ আতংক, চীনক সহায়ৰ প্রস্তাৱ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১০ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে চীনত আতংকৰ সৃষ্টি কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে চুবুৰীয়া ৰাষ্ট্রখনক সম্পূর্ণৰূপে সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রস্তাৱ দিয়ে ৷ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙলৈ প্রেৰণ কৰা এক…

আজি সন্মানৰ যুঁজ নর্থ–ইষ্টৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ নর্থ–ইষ্ট ইউনাইটেডে চলিত আই এছ এলৰ আজি সৰুসজাইত হ’বলগীয়া মেচখনত সন্মান ৰক্ষাৰ যুঁজত নামিব৷ ঘৰুৱা দলটোৰ প্রতিদ্বন্দ্বী হ’ল জামছেদপুৰ এফ চি৷ মন কৰিবলগীয়া যে নর্থ–ইষ্ট আৰু জামছেদপুৰে চলিত প্রতিযোগিতাখনৰ প্লে অফৰ…

সন্তানৰ শিক্ষাৰ কাৰণে পিতৃ–মাতৃয়ে অলপ সময় দিব লাগে

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ শিশুসকলক শিক্ষা দিয়াৰ এটা ডাঙৰ অস্ত্র হৈছে সাধুকথা৷ অভিভাৱকসকলে নিজৰ সন্তানৰ লগতে ওচৰ–চুবুৰীয়াৰ সন্তানকো নিজ নিজ মাতৃভাষাৰ জ্ঞান দিয়াৰ লগতে অসমীয়া ভাষাৰ কিতাপ আদি অধ্যয়ন কৰিবলৈ দিব লাগে, লগতে নিজ নিজ সন্তানৰ…

ছাৰছৰ অভিলেখ ভংগ ক’ৰোনা ভাইৰাছৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ২০০২–০৩ত ছাৰছ ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্রম কৰিছে ক’ৰোনা ভাইৰাছত প্রাণহানি হোৱা লোকৰ সংখ্যাই৷ ছাৰছ ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈ ৭৭৪গৰাকী লোকে প্রাণ হেৰুৱাইছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ দ্বাৰা…

থাইলেণ্ডত গুলীত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ থাইলেণ্ডৰ নাংখন ৰাট্চাছিমা চহৰত এজন সৈনিকে ২৬জন লোকক গুলীয়াই হত্যা কৰাৰ পিছত সৈনিকজনো নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে৷ থাই আৰক্ষীৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ উল্লেখ্য যে জক্রাফণ্ট থ’ম্মা নামৰ সৈনিকজনে কালি…