নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়াৰ ৱাকাথন

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ ইন্ধন সংৰক্ষণ, পৰিৱেশ সুৰক্ষা, সু–স্বাস্থ্যৰ বাবে খোজকঢ়াৰ প্রয়োজনীয়তা আদিক লৈ সজাগতা সৃষ্টিৰ লক্ষ্যৰে অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীত দেওবাৰে ‘সক্ষম’ ফিট ইণ্ডিয়া ৱাকাথনৰ আয়োজন কৰে৷ মহানগৰীৰ ভিন্ন প্রান্তৰ…

নির্ভয়া গোচৰঃ মৃত্যু পৰোৱানাৰ স্থগিতাদেশৰ বিৰুদ্ধে চৰকাৰৰ আবেদন

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ডত অভিযুক্ত চাৰি যুৱকৰ মৃত্যু পৰোৱানা স্থগিত ৰখাৰ বিৰুদ্ধে কেন্দ্রই দাখিল কৰা আবেদনৰ ৰায়দান স্থগিত ৰাখিলে দিল্লী উচ্চ ন্যায়ালয়ে৷ ন্যায়াধীশ সুৰেশ কেইটে কয় যে সকলো পক্ষৰ যুক্তি…

অসম কুর্মী সমাজৰ ৰাজ্যিক অধিৱেশনৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ ‘ৰাজ্যৰ সকলো জাতি–জনগোষ্ঠীৰ সমবিকাশ আৰু কল্যাণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ৷ সকলো শ্রেণীৰ জনসাধাৰণক আগুৱাই নিয়াৰ নিমিত্তে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰ আধাৰত…

পুৰাতত্ত্ব মডেলত শিৱসাগৰে স্থান লাভ কৰাত প্রধানমন্ত্রী–বিত্তমন্ত্ৰীক কৃতজ্ঞতা সাংসদ তপন গগৈৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা কেন্দ্রীয় বাজেটত ধার্য কৰা দেশৰ পাঁচটা ঐতিহাসিক স্থানৰ ভিতৰত শিৱসাগৰে স্থান লাভ কৰাত উৎফুল্ল হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ৷ মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব৷ ঘৰুৱাত মধ্যম৷ সন্তানৰ চিন্তাৰ উন্নতি৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷ বৃষঃ আর্থিক উন্নতিৰ বাবে চেষ্টা কৰি চালে হয়তো আশান্বিত হ’ব৷ প্রাপ্য প্রমোচন আদিৰো কাৰক৷…

ৰূপালী পৰ্দাত ক্ৰিকেটাৰ হৰভজন সিং, আহি আছে ‘ফ্ৰেণ্ডশ্বীপ’

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পীন ব'লাৰ হৰভজন সিঙক এইবাৰ খেলপথাৰৰ পৰিৱৰ্তে দেখিবলৈ পোৱা যাব ৰূপালী পৰ্দাত । কিয়নো ভজ্জীৰ দ্বাৰা অভিনীত 'ফ্ৰেণ্ডশ্বীপ'(Friendship) নামৰ ছবিখন শীঘ্ৰে আপোনাৰ ওচৰৰ ছবিঘৰ সমূহত মুক্তি…

নিউজিলেণ্ডক হোৱাইট ৱাছ কৰাৰ ক্ষেত্ৰত টীম ইণ্ডিয়াৰ ৫ জন হিৰ’-

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আজি মাউণ্ট মাংগানুইত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টি-২০ ত জয়ী হৈ নিউজিলেণ্ডক হোৱাইট ৱাছ কৰিলে টীম ইণ্ডিয়াই । পিচে টি-২০ শৃংখলাটোত ভাৰতে ঘৰৰ মাটিতে নিউজিলেণ্ডক ৫-০ ৰে পৰাস্ত কৰাৰ আঁৰত আছে শৃংখলাটোত কেইজনমান…

চিকেন বিৰিয়ানীত চিকেন নহয় কাউৰীৰ মাংস !!!

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আপুনিও ফুটপথৰ খাদ্য খাই ভাল পাই নেকি ? বিভিন্ন সময়ত ফুটপথৰ সস্তীয়া খাদ্যই মানুহৰ শৰীৰলৈ বিপদ মাতি অনাৰ খবৰ প্ৰচাৰ হৈ থকাৰ মাজতেই এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা । তামিলনাডুৰ ৰামেশ্বৰমৰ এটা ফুটপথত চিকেন…

ঘৰৰ মাটিত হোৱাইট ৱাছ নিউজিলেণ্ড; ৫-০ ৰে শৃংখলা দখল ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ঘৰৰ মাটিতে আজি নিউজিলেণ্ডক হোৱাইট ৱাছ কৰিলে টীম ইণ্ডিয়াই । মাউণ্ট মাংগানুইত অনুষ্ঠিত এই অন্তিমখন টি-২০ ত প্ৰথমে টছত জয়ী হৈ ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লয় । নিৰ্ধাৰিত অভাৰত ভাৰতে ৩ টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ…

‘ব্ৰহ্মাস্ত্ৰ’ ছবিৰ মুক্তিৰ দিনক লৈ হোৱা চৰ্চাৰ অন্ত, কৰণ জোহৰে ঘোষণা কৰিলে মুক্তিৰ দিন

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অয়ান মুখাৰ্জিৰ দ্বাৰা পৰিচালিত নতুন ছবি 'ব্ৰহ্মাস্ত্ৰ'ই চলিত বৰ্ষৰ ৪ ডিচেম্বৰত মুক্তি লাভ কৰিব । এই ছবিত আলিয়া ভট্ট, ৰণবীৰ কাপুৰ আৰু অমিতাভ বচ্চনক মুখ্য ভূমিকাত দেখা যাব । ইপিনে জানিব পৰা মতে এই ছবিখনৰ ছুটিং…