নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ৬৭২ প্রার্থীৰ ১৩৩গৰাকীৰ আছে অপৰাধ গোচৰ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা আপৰ ২৫ শতাংশ প্রার্থীৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ৷ আনফালে বিজেপিৰ ২০ শতাংশ প্রার্থী অপৰাধ গোচৰত জড়িত বুলি প্রার্থীসকলে মনোনয়নৰ সময়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে৷…

ক’ৰোনাৰ বাবে কর্কট ৰোগীকো অন্য চহৰলৈ যোৱাত বাধা

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ বাবে এতিয়া চীনৰ এখন চহৰৰ সৈতে আন এখন চহৰৰ যাতায়াত কঠিন হৈ পৰিছে৷ প্রশাসনে ক’ৰোনাৰ বাবে যাতায়াত ব্যৱস্থাত প্রতিৰোধ লগোৱাৰ ফলত এক হূদয়বিদাৰক কাহিনীৰ সাক্ষী হ’ব লগা হৈছে ৱুহান৷ ৱুহানৰ এখন গাঁৱৰ…

দেৱিন্দৰৰ গোচৰত কাশ্মীৰৰ বিভিন্ন স্থানত নিয়াৰ তালাচী

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ কাশ্মীৰ উপত্যকাৰ বাহিৰলৈ সন্ত্রাসবাদী সৰবৰাহৰ গোচৰত গ্রেপ্তাৰ হোৱা জম্মু–কাশ্মীৰ আৰক্ষীৰ উপ–ধীক্ষক দেৱিন্দৰ সিঙৰ গোচৰ সন্দর্ভত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই দেওবাৰে বিভিন্ন স্থানত তালাচী চলাইছে৷ দক্ষিণ…

ক’ৰোনাৰ বিভীষিকাত তিনি শতাধিকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ চীনে যুদ্ধকালীন ব্যৱস্থা গ্রহণ কৰিছে যদিও এই বাতৰি যুগুতোৱালৈকে দেশখনত এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৩০৪ গৰাকীলৈ বৃদ্ধি পাইছে৷ বিশ্বৰ…

নিযুক্তিৰ পূর্বে নিষ্পত্তি কৰিব লাগিব শিক্ষক সংস্থাৰ আপত্তি

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কর্মচাৰী সংস্থাই দাখিল কৰা আপত্তি নিষ্পত্তি নকৰাকৈ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত উপাধ্যক্ষ পদলৈ পদোন্নতি প্রদান নকৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৩৭২/২০২০…

ৰন্ধন গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ পৰা বিপদমুক্ত হোৱাৰ প্রয়োজনীয় পদক্ষেপ

আমি সকলোৱে জানো যে বর্তমান যুগটো হৈছে বিজ্ঞানৰে যুগ৷ মানুহৰ দৈনন্দিন জীৱনৰ কর্ম পদ্ধতি আৰু জীৱন যাত্রা বিজ্ঞানকেই কেন্দ্র কৰি পৰিচালিত হৈছে৷ বিজ্ঞানীৰ অপৰিসীম গৱেষণাৰ ফলত যান্ত্রিক জগত ক্ষিপ্র গতিৰে আগুৱাই গৈছে৷ বিজ্ঞানীৰ বিশেষ প্রচেষ্টাত…

ভাষাৰ আৱেগ উজাৰি বস্ত্ৰনগৰীত জনসমুদ্ৰ

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ অগিত জনতাৰ উষ্ম আদৰণিৰ মাজেৰে দেওবাৰে অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে কুলধৰ শইকীয়াই। নৱনিৰ্বাচিত সভাপতিগৰাকীক আদৰিবলৈ দেওবাৰে পুৱাৰে পৰা উখল মাখল হৈ পৰিল শুৱালকুছি। এক ঐতিহাসিক মহূৰ্তৰ সাক্ষী হৈ…

প্রাণঘাতী ভাইৰাছ

১৮ বছৰৰ ব্যৱধানত চীনত পুনৰ প্রাণঘাতী মাৰাত্মক ভাইৰাছৰ প্রাদুর্ভাৱ৷ ২০০২ চনত অতি কম দিনৰ ভিতৰতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ‘ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিণ্ড্রম’ (ছার্ছ) নামৰ ভাইৰাছবিধে দেশখনত ৮ শতাধিকৰ প্রাণ কাঢ়িছিল৷ এইবাৰো অনুৰূপ পৰিস্থিতিৰেই…

সতীর্থক শ্রেষ্ঠত্ব উজাৰি দিবলৈ আহ্বান অধিনায়ক কোহলিৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিপক্ষে আজি সামৰণি পৰা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোত সতীর্থসকলে কৰা প্রদর্শনত সন্তুষ্টি ব্যক্ত কৰিছে ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে৷ আগন্তুক সময়ত বিশ্ব ক্রিকেটত দমনীয় প্রদর্শন দাঙি ধৰিবলৈ হ’লে…

জক’ভিচৰ দখলত অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ অষ্টমবাৰলৈ অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ দখল কৰিলে ছার্বিয়াৰ তাৰকা খেলুৱৈ ন’ভাক জক’ভিচে৷ মেলব’ন পার্কত দেওবাৰে অনুষ্ঠিত বছৰটোৰ প্রথমটো গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত বিশ্বৰ দ্বিতীয়…