জনগোষ্ঠীয় ভাষা-সাহিত্যক আগুৱাই নিয়াত অগ্ৰাধিকাৰ দিয়া হ’ব
বিগত কিছুবছৰৰ পৰা দেখা গৈছে যে অসম সাহিত্য সভা আৰু বিতর্ক যেন একেটা মুদ্রাৰে ইপিঠি–সিপিঠি৷ সকলোৰে কামনা– নৱগঠিত সমিতিখনে এই বিতর্কৰ অন্ত পেলাওক৷ অসম সাহিত্য সভাৰ উপ–সভাপতি হিচাপে সভাৰ অইন বিষয়া সমন্বিতে শাখা সাহিত্য সভাসমূহলৈ আপুনি কি…