১৭ সংখ্যক মৃত্যুতিথিত হস্তীৰ কন্যাক প্রান্তে প্রান্তে সশ্রদ্ধ স্মৰণ
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ হস্তীৰ কন্যা তথা গোৱালপৰীয়া লোকগীতৰ সাম্রজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যু তিথিত ৰাজ্যবাসীয়ে স্মৰণ কৰে ৷ গোৱালপৰীয়া লোকগীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰা প্রতিমা বৰুৱা পাণ্ডেলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি…