নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত আপত্তিজনক প’ষ্ট কৰি চাকৰি হেৰুৱালে এগৰাকী মহিলা তেহচিলদাৰে

নিয়মীয়া বাৰ্তা,২৭ ডিচেম্বৰঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে মধ্য প্ৰদেশত সংঘটিত হ'ল এক আজৱ ঘটনা । মধ্যপ্ৰদেশৰ চ'পোৰ জিলাৰ এগৰাকী মহিলা তেহচিলদাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত আপত্তিজনক…

মহানগৰীত জিআৰপিয়ে জব্দ কৰিলে ৩.৫ কেজি সন্দেহজনক আফিং

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ গুৱাহাটী ষ্টেচনত শুকুৰবাৰে ৰে'লৱে আৰক্ষীয়ে এজন সন্দেহজনক লোকৰ পৰা ৩.৫ কেজি আফিং জব্দ কৰে । এই অবৈধ সামগ্ৰীখিনি এজন ৪০ বছৰীয়া লোকৰ পৰা উদ্ধাৰ কৰা হয় । উল্লেখ্য যে আটক হোৱা লোকজন ডিব্ৰুগড় ষ্টেচনৰ পৰা কোচবিহাৰলৈ…

আজিৰে পৰা আৰম্ভ হ’ল দৈজিং উৎসৱ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ চিৰাঙৰ আই নদীৰ পাৰত আজিৰে পৰা আৰম্ভ হ'ল দৈজিং উৎসৱ ৷ আজি উক্ত উৎসৱ মুকলি কৰে বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ বাৰ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই উৎসৱখনি আজিৰে পৰা ৭ জানুৱাৰীলৈ চিৰাঙৰ আই নদীৰ পাৰত অসম…

‘কা’ বিৰোধী হিংসা, অমিত শ্বাহৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত 'কা' বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ উচটনি দিছে কংগ্ৰেছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদৰ নামত হিংসাক উচটাই থকা বুলি…

অসমত ৩৫০০ কোটিৰ তৈল খননত অনুমোদন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ অসমৰ অৰ্থনীতিলৈ সুখবৰ। নতুনকৈ ৰাজ্যৰ ১০০ স্থানত তেল আৰু গেছৰ সন্ধান উৎপাদন কৰিবলৈ 'তেল আৰু প্ৰাকৃতিক গেছ নিগম'ক (ONGC) পৰিৱেশ সংক্ৰান্তীয় প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে। এখন 'গ্ৰীণ…

‘বৰনদী ভটিয়ায়’লৈ শৈলধৰ বৰুৱা শ্রেষ্ঠ চলচ্চিত্র বঁটা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ স্বর্ণকমল বঁটাপ্রাপক প্রযোজক প্রয়াত শৈলধৰ বৰুৱা স্মৃতি ৰক্ষা ন্যাসৰ উদ্যোগত আয়োজিত চতুর্থ শৈলধৰ বৰুৱা চলচ্চিত্র বঁটা বৃহস্পতিবাৰে ঘোষণা কৰা হয়৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ১৫খন চলচ্চিত্রৰ মাজৰ পৰা বিচাৰকমণ্ডলীয়ে…

বায়ু প্রদূষণঃ দিল্লী বনাম বেইজিং

বায়ু প্রদূষণ বর্তমান সময়ৰ এক ভয়ংকৰ বিপদ৷ বায়ু প্রদূষণৰ ফলত সমগ্র পৃথিৱীত নেতিবাচক প্রভাৱ পৰিছে৷ ইয়াৰ প্রভাৱ জনসাধাৰণ, জীৱ–জন্তু, উদ্ভিদ আৰু অন্যান্য বয়–বস্তুৰ বাবেও ক্ষতিকাৰক ৰূপে চিহ্ণিত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্রতিবেদন অনুসৰি…

NPRৰ সৈতে NRCৰ সংযোগ নাইঃ কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডী

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি বিৰোধীয়ে দাবী কৰা এক বক্তব্যক ভিত্তিহীন বুলি নস্যাৎ কৰি কৈছে যে ৰাষ্ট্রীয় জনসংখ্যা পঞ্জীৰ সৈতে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কোনো সম্পর্ক নাই৷ এআইএমআইএমৰ বিৰুদ্ধে…

যুৱশক্তিয়েই ভাৰতৰ ভৱিষ্যৎ

দেশ এখনৰ প্রগতিত যুৱ সমাজৰ গুৰুত্ব তথা ভূমিকা কি, কথাটো দুনাই কোৱাৰ প্রয়োজন নাই৷ সমগ্র বিশ্ব আজি ব্যস্ত যুৱ সমাজৰ শক্তি–সম্ভাৱনাক নিজ নিজ দেশৰ প্রগতিৰ হকে কিদৰে ব্যৱহাৰ কৰিব পাৰি, সেই ডপায় ডদ্ভাৱনত৷ শিক্ষাৰ পৰা শেহতীয়া প্রযুক্তিলৈকে, সকলো…

আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ মন্তব্যক লৈ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতে হায়দৰাবাদত এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে ভাৰত এখন পৰম্পৰাগতভাৱে হিন্দুত্ববাদী ৰাষ্ট্র৷ আৰএছএছে ভাৰতৰ ১৩০ কোটি জনসংখ্যাক হিন্দু সমাজ হিচাপে স্বীকৃতি দি…