নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ১.৭৩ কোটি জালনোটসহ গ্রেপ্তাৰ ৫জন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ দিল্লী পুলিচে আজি জাল ভাৰতীয় টকা সৰবৰাহকাৰীৰ এক চক্রক গ্রেপ্তাৰ কৰাৰ লগতে ১.৭৩ কোটি টকা জাল ভাৰতীয় নোট জব্দ কৰে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই এই জাল নোটখিনিৰ সৈতে পাঁচজন লোকৰ এক চক্রক গ্রেপ্তাৰ কৰে৷ এই…

পুনৰ ষড়যন্ত্র পাকিস্তানৰঃ পঞ্জাবত কূটাঘাতৰ পৰিকল্পনা খালিস্তানীৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ পাকিস্তানৰ সহায়ত খালিস্তানী সন্ত্রাসবাদীয়ে ভাৰতৰ পঞ্জাবত আক্রমণৰ পৰিকল্পনা চলাইছে৷ কেইবাটাও চোৰাংচোৱা সংস্থাৰ সূত্রৰ উদ্ধৃতি দি শেহতীয়াকৈ এই তথ্য সদৰী কৰিছে জি মিডিয়াই৷ সংবাদ সংস্থাটোৱে লাভ কৰা তথ্য অনুসৰি,…

উত্তৰ প্রদেশত ‘কা’ বিৰোধী প্রতিবাদ–সংঘৰ্ষ, মৃত্যু ১৯জন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি উত্তৰ প্রদেশত সংঘটিত হিংসাত্মক ঘটনাত আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত প্রাণ হেৰুওৱালে মুঠ ১৯জনে৷ আৰক্ষীৰ সূত্রত প্রকাশ পোৱা মতে হিংসাত্মক প্রতিবাদৰ সময়ত সমাজকর্মী আৰু কংগ্রেছ নেতা…

ঝাৰখণ্ডত বিদায়ী মুখ্যমন্ত্রী ৰঘুবৰ দাসৰ বিৰুদ্ধে গোচৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নির্বাচনী প্রচাৰৰ সময়ত ঝাৰখণ্ড মুক্তি মর্চা (জেএমএম)ৰ কার্যকৰী সভাপতি হেমন্ত চোৰেণৰ বিৰুদ্ধে অশালীন মন্তব্য আগবঢ়োৱাৰ অভিযোগত বিদায়ী মুখ্যমন্ত্রী ৰঘুবৰ দাসৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷ ৰাজ্যখনত হেমন্ত চোৰেণৰ…

ইটাভাতাৰ ক’লা ধোঁৱাই প্রদূষিত কৰিছে বোন্দাৰ বৃহৎ অঞ্চল

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ইটাভাতাৰ পৰা হোৱা ব্যাপক প্রদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহানগৰীৰ সমীপৱর্তী প্রায় দহখনকৈ গাঁৱত৷ প্রদূষণৰ বাবে সম্প্রতি এই গাঁওকেইখনৰ বাসিন্দাসকল আক্রান্ত হৈছে কর্কট, জণ্ডিছকে ধৰি শ্বাস–প্রশ্বাসজনিত বিভিন্ন ৰোগত৷…

শ্রীনগৰত ঠেৰেঙা লগা ঠাণ্ডা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জম্মু–কাশ্মীৰৰ ৰাজধানী শ্রীনগৰত বর্তমান অতিপাত  ঠাণ্ডা ৷ কাশ্মীৰ উপত্যকাৰ চহৰখনত নিশাৰ ভাগত এইবাৰ বছৰটোৰ সর্বাধিক ঠাণ্ডাৰ অভিলেখ সৃষ্টি হৈছে৷ বতৰ বিজ্ঞান কেন্দ্রই জনোৱা মতে, বুধবাৰে নিশা শ্রীনগৰত তাপমাত্রাৰ…

৪ জানুৱাৰীৰ নিশাৰে পৰা দীপৰ বিলত পৰম্পৰাগত মৎস চিকাৰ

নিয়মীয়াবার্তা, ২৭ ডিচেম্বৰ: ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিলৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰে স্মার্ট চিটীৰ সৈতে সংলগ্ণ কৰাৰ সময়তে দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ জলকেলি বিপদাপন্ন কৰি সহস্রাধিক লোকে দীপৰৰ বুকু বিদীর্ণ কৰিবলৈ…

নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ নাহৰকটীয়া চাচনী কচুবাম গাঁৱত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু ছাগলী ভক্ষণ কৰাৰ লগতে গাওঁবাসীক আক্ৰমণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকী বাঘটোৱে। অৱশেষত শুকুৰবাৰে বন…

খেলো ইণ্ডিয়াৰ পৰ্যালোচনা বৈঠক

নিয়মীয়া বাৰ্তা ২৭ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে জনতা ভৱনত সমাগত খেলো ইণ্ডিয়া য়ুথ গেমছৰ আয়োজক কমিটীৰ প্রথমখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত খেলো ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া অবিনাশ যোশীয়ে কয় যে…

উইজডেনৰ দশকৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ শীৰ্ষত বিৰাট কোহলি

নিয়মীয়া বাৰ্তা ২৭ ডিচেম্বৰঃ বিশ্ব ক্রিকেটৰ অপ্রতিদ্বন্দ্বী সম্রাট হিচাপে পৰিচিত বিৰাট কোহলিৰ শিৰত উজলিছে আন এক বিৰল সন্মান৷ প্রখ্যাত আলোচনী ‘উইজডেন’–এ ,বৃহস্পতিবাৰে প্রকাশ কৰা চলিত দশকৰ শ্রেষ্ঠ ক্রিকেটাৰৰ তালিকাত শীর্ষস্থান অধিকাৰ কৰিছে টীম…