নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামপুৰত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস; ব্যৰ্থ বনবিভাগ

নিশা কামপুৰত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস । কামপুৰৰ বিভিন্ন অঞ্চলত শতাধিক বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস। সমগ্ৰ অঞ্চলটোৰ পথাৰৰ ধান খাই তহিলং কৰিছে হাতীৰ জাকটোৱে । কামপুৰৰ তেতেলীসৰা গ্ৰাণ্টত নৰেন বৰদলৈ নামৰ লোকজনৰ ঘৰ ভাঙি চুৰমাৰ কৰে…

অসমত এজন বাংলাদেশী প্রৱেশ কৰিলেই ৪২ লাখসহ বিজেপি এৰিম

নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনত উজনি অসম উত্তাল হৈ থকাৰ সময়তে বৃহস্পতিবাৰে চাবুৱা বিধানসভা সমষ্টিত উপস্থিত হোৱা সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্রদর্শন কৰিলে ‘কা’বিৰোধী প্রতিবাদকাৰীয়ে৷ উল্লেখ্য যে প্রতিবাদী আন্দোলনৰ নামত…

২০২০ ত বর্ণিল কেৰিয়াৰ সামৰিব লিয়েণ্ডাৰ পেজে

নিউজডেস্ক, ২৭ ডিচেম্বৰঃটেনিছক বিদায় জনোৱাৰ সিদ্ধান্ত ল’লে ভাৰতৰ কিংবদন্তি ডাবলছ খেলুৱৈ লিয়েণ্ডাৰ পেজে৷ ২০২০ বর্ষই তেওঁৰ পেছাদাৰী টেনিছ কেৰিয়াৰৰ অন্তিম বর্ষ হ’ব বুলি  লিয়েণ্ডাৰ পেজে বুধবাৰে নিশা ঘোষণা কৰে৷ ১৯৯১ চনত পেছাদাৰী টেনিছত অভিষেক…

অসমৰ ‘কা’বিৰোধী জনসংগ্রামক বাঙালী নেতা সুকুমাৰ বিশ্বাসৰ উপলুঙা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জাতি–মাটি–ভেটিৰ লগতে ভাষা সংকটৰ মিথ্যাচাৰেৰে সাধাৰণ জনতাক বিভ্রান্ত কৰি ৰাজ্যখনত ‘কা’বিৰোধী আন্দোলন অব্যাহত ৰাখিছে চৰকাৰবিৰোধী দল–সংগঠনসমূহে৷ আন্দোলনকাৰী সাধাৰণ জনতাক উদ্দেশ্যি সদৌ অসম বাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ…

ৰাজনৈতিক লাভালাভৰ বাবেহে ‘কা’ আনিছে বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ অংক কৰিছে৷– এই মন্তব্য প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ৷ বৃহস্পতিবাৰে মহানগৰীৰ অম্বৰীশ হোটেলত এখন সংবাদ মেল সম্বোধন কৰি মহন্তই কয় যে বাংলাদেশত…

ভূমি বিবাদঃ বৰভাগত পিতৃক ঘপিয়াই হত্যা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ এটা লোমহর্ষক হত্যাকাণ্ডই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে নলবাৰী জিলাৰ বৰভাগত৷ পুত্রৰ হাততে নিহত হয় এগৰাকী দুর্ভগীয়া পিতৃ৷ অঞ্চলটোৰ আৰংগমৌ গাঁৱত সংঘটিত হয় ঘটনাটো৷ গাঁওখনৰ প্রফুল্ল দাস নামৰ যুৱকজনে দাৰে ঘপিয়াই হত্যা…

হোমেন বৰগোহাঞি–সূর্য দাসলৈ শ্বহীদ কৰম সিংহ জনমভূমি বঁটা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ অসমৰ পৰা বিদেশী বিতাড়ন আন্দোলনৰ গর্ভত ভয়াৱহ তিৰাশী চনৰ এক মার্চ তাৰিখে কেন্দ্রীয় সংৰক্ষিত আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হোৱা অসমীয়া শিখৰ বসতিপ্রধান নগাঁও জিলাৰ বৰকলা গাঁৱৰ সু–সন্তান শ্বহীদ কৰম সিংহৰ নামত…

নৌকা বিহাৰ, হাতী ছাফাৰীৰে উখল-মাখল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী

বনভোজপ্রেমীয়ে ভিৰ কৰিছে নৈসৰ্গিক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত । বছৰৰ শেষ সপ্তাহটোত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী হৈ পৰিছে লোকে লোকাৰণ্য । সসৰু বৰ গাড়ীৰে অহা বহুসংখ্যক বনভোজপ্রেমীয়ে উৎফুল্ল হৈ আনন্দ উপভোগ কৰা দেখা গ’ল মানাহত৷…

উত্তৰ–পূবত নতুন ইতিহাসঃ ধুবুৰী বন্দৰত আৰম্ভ সাত ভনীৰ আন্তঃৰাষ্ট্রীয় বেহা 

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ অসমসহ উত্তৰ–পূর্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা ঘটাই বৃহস্পতিবাৰে ধুবুৰী জাহাজ ঘাটৰ পৰা নদীপথেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল আন্তঃৰাষ্ট্রীয় বাণিজ্য৷ গুৱাহাটীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কার্যালয় সহকাৰী হাই…

নাৰ্জী ফুলৰ মালা নহয়…‘কা’বিৰোধী প্লেকার্ড লৈ ৰভাথলীত দৰা–কইনা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ তীর্থনগৰী হাজোত ‘কা’বিৰোধী প্রতিবাদেৰে ব্যাপক চর্চালৈ আহিছে এহাল দৰা–কইনা ৷ কিয়নো বিয়াৰ দিনাই দৰা–কইনাই বিৰোধিতা কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ৷ ‘কা’বিৰোধী প্লেকার্ড  হাতত লৈ ৰভাতলীৰ পৰা দৰা–কইনাই কৰিলে অভিনৱ…