তেজপুৰৰ ছিলভাৰ জুবিলী প্রাথমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে অভিভাৱকৰ ভিৰ
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ বিগত কেইটামান বছৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ খবৰে৷ এনে নেতিবাচক বাতাৱৰণৰ মাজতেই তেজপুৰৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা৷
কোনে কয় অসমীয়া…