নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ বাবে হওঁক এখন ইনাৰ লাইন পার্মিট

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ সমগ্র উত্তৰ–পূবৰ বাবে ইনাৰ লাইন পার্মিট ব্যৱস্থাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক অনুৰোধ জনালে আছাম পাব্লিক ৱর্কছে (এ পি ডব্লিউ) ৷ শুকুৰবাৰে শ্বিলংস্থিত বাসভৱনত…

বিধানসভাৰ প্রৱেশ দ্বাৰতে ফুটিল আৰক্ষীৰ গুলী

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসম বিধানসভাৰ সন্মুখত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ মহানগৰীৰ দিছপুৰস্থিত বিধানসভাৰ মূল প্রৱেশদ্বাৰত অতর্কিতে সংঘটিত হয় ঘটনাটো ৷ সেই স্থানত থকা এজন আৰক্ষীৰ কার্বাইনৰ পৰা হঠাৎ এটা গুলী ফুটি ওলাই যায় ৷…

মানুহবোৰে কথা পাতিবলৈ জনা হ’লঃ কাৰ প্ৰভাৱ !

প্ৰণৱ জ্যোতি মহন্ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ । কিন্তু যোৱা ১১ ডিচেম্বৰত এই প্ৰতিবাদে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ম'বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় । অৱশ্যে…

মুখ্যমন্ত্ৰীৰে আলোচনাৰ প্ৰস্তাৱ নাকচ AASU-AJYCPৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ CAA বাতিলৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰিছিল আৰু আলোচনাৰ দ্বাৰা সকলো সমস্যা সমাধান কৰিব পাৰি বুলি মন্তব্য কৰিছিল আৰু সকলো…

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা ৭ নৌসেনা বিষয়াক গ্ৰেপ্তাৰ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত পাকিস্তানৰ সৈতে সংযোগ থকাৰ অভিযোগত ৭ জনকৈ নৌসেনাৰ বিষয়া আৰু এজন হাওলাক দেশৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । 'জয়েন্ট ডলফিনছ ন'জ' নামেৰে চলোৱা এই অভিযানটো অন্ধ্র প্রদেশ চোৰাংচোৱা…

ঢেকিয়াজুলিত বন্যহস্তীৰ সন্ত্রাস; ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ              

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা শতাধিক বন্যহস্তীৰ এটা জাকে আজি পুৱাই শোণিতপুৰৰ ঢেকিয়াজুলিৰ তিনখৰিয়া চাহ বাগিছা অঞ্চলৰ বৰপুখুৰীত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ…

গোলাঘাটৰ পেট্ৰ’ল ডিপোত ডকাইতি; লুটি নিলে ২ লাখ টকা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ গোলাঘাটৰ দহমাইলত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । নম্বৰ প্লেট বিহীন ২ খন বাইকেৰে অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পেট্ৰ'ল ডিপোৰ কৰ্মচাৰীক পিষ্টল দেখুৱাই কাঢ়ি নিয়ে দুই লাখতকৈও অধিক টকা ।…

তুৰ্কীৰ পৰা অতিৰিক্ত ১২,৫০০ মেট্রিক টন পিঁয়াজ আহিব ভাৰতলৈ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্রী পিঁয়াজৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণ ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আহিছে এক সুখবৰ । ৰঙা পিঁয়াজে শতক কোবাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে তুৰ্কীৰ পৰা অতিৰিক্ত ১২,৫০০ মেট্রিক টন পিঁয়াজ…

দেশত সংঘর্ষ আৰু হিংসা বিয়পোৱাৰ ব্লুপ্রিণ্ট আইএছআইৰ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ নতুন নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ ৰাজধানী দিল্লীকে ধৰি ভিন্ন প্রান্তত চলি থকা প্রতিবাদী হিংসাৰ সুযোগ লৈ দেশত সংঘর্ষ আৰু হিংসা বিয়পোৱাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে৷ ভাৰতীয় চোৰাংচোৱা…

ভাৰতবিৰোধী সংঘর্ষৰ ষড়যন্ত্র পাকিস্তানৰ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনক লৈ উত্তপ্ত পৰিস্থিতি অব্যাহত থকা সময়তে আমেৰিকাৰে গুৰুত্বপূর্ণ ‘২+২’ সন্মিলন অনুষ্ঠিত হৈছে ভাৰতত ৷ এই সন্মিলনত মার্কিন বিদেশ সচিব মাইক পম্পি’, ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰ, ভাৰতৰ…