নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰৰ বাবেই বৰডুমচাত যুৱকক প্রহাৰ

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ অসম–অৰুণাচল প্রদেশ সীমান্তৱর্তী বৰডুমচা থানাত শনিবাৰে এক অমানৱীয় ঘটনা সংঘটিত হয় ৷ অভিযোগ মতে, বৰডুমচা– মাধৱপুৰ নিৱাসী সুনীল মজুমদাৰ (৩৭) নামৰ এজন লোকক এক সাধাৰণ ঘটনাতে বৰডুমচা থানাৰ তিনিজনকৈ আৰক্ষী জোৱানে থানাৰ…

আমিনগাঁৱত ৫০ লক্ষাধিক টকা মূল্যৰ চোৰাং বিদেশী চিগাৰেটসহ এজনক আটক

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ ৰাজ্যত চলিছে অবৈধ বিদেশী চিগাৰেটৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ বজাৰত এতিয়া সুলভ হৈ পৰিছে হংকং, কোৰিয়াৰ অবৈধ চিগাৰেট ৷ ম্যানমাৰৰ মৰে হৈ প্রতিসপ্তাহে অসমত প্রৱেশ কৰে ড্রাকে ড্রাকে চোৰাং চিগাৰেট ৷ ৰাজধানী চহৰ গুৱাহাটী…

মূকবধিৰ নাবালিকাক দীর্ঘদিনে যৌন শোষণঃ ৩ সন্তানৰ লম্পট পিতৃক জে’ললৈ বিজয়নগৰ আৰক্ষীৰ

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ এগৰাকী মূকবধিৰ নাবালিকাক সুদীর্ঘ কাল ধৰি যৌন শোষণ চলাই অহা তিনিটা সন্তানৰ পিতৃ এজনক শনিবাৰে বিজয় নগৰ আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰে৷ দক্ষিণ কামৰূপ জিলাৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তর্গত ধলিপাৰ গাঁৱৰ ৷ তিনিটা সন্তানৰ পিতৃ…

মহানগৰবাসীৰ বাবে সুখবৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ মহানগৰীত দৈনিক বৃদ্ধি পোৱা যান-যঁটৰ সমস্যা দূৰ কৰিবৰ বাবে নতুনকৈ নিৰ্মাণ হ'ব দুখন উৰণীয়া সেতু। আজিৰে পৰা আৰম্ভ হ'ব লাষ্টগেট উৰণীয়া সেতুৰ কাম। ১২৭কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব  ১৪শ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখন।…

দুলাল বৰা গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ আৰটিআই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। বিভিন্ন সংবাদ মেলৰ জৰিয়তে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছিল বৰাই। নাইমুদ্দিন আহমেদ নামৰ লোক এজনৰ এজাহাৰৰ ভিত্তিত হাতী গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। অভিযোগ মতে…

আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস..প্ৰধানমন্ত্ৰীয়ে জোৱানৰ সাহসক দিলে চেল্যুত

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে শনিবাৰে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ সাহসক কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে "এই সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে আমাৰ বাহিনী…

পাৰ চৰাই ধৰক..১০০০ টকা লাভ কৰক

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ পাৰ চৰাই শান্তিৰ প্ৰতীক। শান্তিৰ প্ৰতীক হিচাপে পাৰ চৰাইক উৰুৱা হয়। পাৰ চৰাইৰ বাবে কৰবাত অশান্তি হোৱাৰ কথা শুনিছেনে? হয় এইবাৰ পাৰ চৰাইৰ বাবে আতংক বৃদ্ধি পাইছে গুজৰাটৰ বৰোদৰাত। বৰোদৰাৰ বিমান বন্দৰৰ টাৰ্মিনেলত এতিয়া…

উন্নাও কাণ্ডৰ প্ৰতিবাদঃ ৬ বছৰীয়া কন্যাক জ্বলাই দিয়াৰ চেষ্টা মাতৃৰ

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ উন্নাও কাণ্ডৰ ভুক্তভোগী মহিলাগৰাকীৰ মৃত্যুৰ পাচতেই এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । ঠায়ে ঠায়ে প্ৰতিবাদ দেখা গৈছে যদিও এইবাৰ এগৰাকী কন্যা সন্তানৰ মাতৃয়ে গ্ৰহণ কৰিলে এক ভয়ংকৰ সিদ্ধান্ত । দেশত বৃদ্ধি পোৱা…

মৃত জন্তুৰ পৰা খাদ্যত ব্যৱহৃত তেল আৰু চাবোন উৎপাদনঃ ছীল হ’ল কাৰখানা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ বহুদিন ধৰি অঞ্চলটোত এক উৎকট গোন্ধ । স্থানীয় ৰাইজে বিশুদ্ধ বায়ু সেৱনত সন্মুখীন হৈছে বাধাৰ । জীৱকুলৰ শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি কৰা এই প্ৰদূষিত বায়ুৰ বাবে দায়ী অঞ্চলটোত থকা এটা বৃহৎ কাৰখানা । কাৰখানাৰ ভিতৰত…

নলবাৰীত বিয়াত পিঁয়াজৰ টোপোলা উপহাৰ বন্ধুৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নলবাৰীৰ এখন বিয়াত এটা ব্যতিক্রমী উপহাৰ দিলে এজন যুৱকে৷ অত্যাৱশ্যকীয় সামগ্রী পিঁয়াজৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণ ৰাইজক জলাকলা খুওৱাৰ সময়তে শুকুৰবাৰে জিলাখনৰ গন্ধিয়াৰ যুৱক ত্রিলোচন শর্মাই তেওঁৰ বন্ধুক পিঁয়াজৰ টোপোলা…