নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ বাবে নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত কোম্পানী মোতায়েন

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ ২০২০ বৰ্ষৰ গণৰাজ্য দিৱস সমাৰোহৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় আৰম্ভ হৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিল্লীৰ এই সমাৰোহৰ বাবে কেন্দ্ৰীয় সশস্ত্র আৰক্ষী বাহিনীৰ অতিৰিক্ত ৪৮ টা কোম্পানীক মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।…

“ধৰ্মই কেতিয়াও কাকো ভাৰতীয় ৰূপে চিনাক্ত নকৰে”-অভিনেত্ৰী দিয়া মিৰ্জা

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি চলা আন্দোলনৰ সপক্ষে মন্তব্য আগবঢ়াইছে অভিনেত্ৰী দিয়া মিৰ্জাই । বিশেষকৈ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ লগতে বহুকেইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত…

কি হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী কাৰ্যসূচী ? কি ক’লে ড০ সমুজ্জ্বল ভট্টাচার্যই…

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ "ল'ৰা-ছোৱালীয়ে আন্দোলনো কৰিব আৰু সমান্তৰালকৈ পঢ়া শুনাও কৰিব, লগতে শিল্পীসমাজে নিজৰ সৃষ্টিও কৰিব আৰু আন্দোলনো কৰিব ।" -আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য । ৰাজ্যত শাম কটা নাই নাগৰিকত্ব সংশোধনী…

গ্রেটা থুনবার্গৰ কাহিনীক লৈ নির্মাণ হ’ব তথ্যচিত্র

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ জলবায়ু পৰিৱর্তনৰ বিষয় লৈ বিশ্বজুৰি সজাগতা আন্দোলন গঢ়ি তোলা ছুইডেনৰ ষোড়শী ছাত্রী গ্রেটা থুনবার্গক লৈ নির্মাণ হ’ব এখন তথ্যচিত্র ৷ এগৰাকী সাধাৰণ স্কুলীয়া ছাত্রীৰ পৰা কেনেদৰে জলবায়ু আন্দোলনৰ তৰুণী নেত্রী হিচাপে জীৱন…

হাইটিত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীৰ পাশৱিকতাঃ কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ কেৰিবিয়ান দেশ হাইটিত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বহু কিশোৰীক মাতৃত্বৰ বোজা কঢ়িয়াবলৈ বাধ্য কৰাইছে ৷ শেহতীয়া এক প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে ৷ উল্লেখনীয় যে ২০১০ চনত ভূমিকম্পত বিধ্বস্ত দেশখনলৈ ৰাষ্ট্রসংঘৰ…

ব্রিটেইনত ভাগৱত গীতা লৈ দুই ভাৰতীয়ৰ শপতগ্রহণ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ভাৰতীয় মূলৰ ব্রিটিছ মন্ত্রী আলোক শর্মা আৰু কোষাগাৰ বিভাগৰ মুখ্য সচিব ঋষি ছুনাকে মঙলবাৰে সংসদত ভাগৱত গীতা লৈ শপতগ্রহণ কৰে ৷ ব্রিটিছ হাউছ অৱ কমন্সত ভাগৱত গীতা লৈ দুয়োগৰাকী সাংসদে শপতগ্রহণ কৰি দেশখনৰ ৰাজনীতিত…

মাউণ্ট এভাৰেষ্ট বগোৱাৰ ক্ষেত্রত নীতি সলাব নেপালে

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ মাউণ্ট এভাৰেষ্ট বগোৱাৰ ক্ষেত্রত পর্বত আৰোহণকাৰীসকলৰ বাবে পূর্বৰ নীতি সলনি কৰিব লাগে বুলি নেপাল চৰকাৰক দাবী জনাই আহিছে বহু পর্বতাৰোহীয়ে ৷ শেহতীয়াকৈ নেপাল চৰকাৰে এভাৰেষ্ট বগাবলৈ গৈ বহু পর্বত আৰোহী নিহত হোৱা ঘটনাৰ…

ছিৰিয়াৰ শিশু নহয় তেলৰ ওপৰত নজৰ বিশ্বৰ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ গৃহযুদ্ধবিধ্বস্ত ছিৰিয়াৰ দুর্দশাগ্রস্ত শিশুসকল নহয়, বিশ্বৰ বিভিন্ন দেশৰ নজৰ হৈছে দেশখনৰ তেলৰ ওপৰত ৷ শেহতীয়াকৈ জেনেভাত এই অভিযোগ কৰিছে তুৰস্কৰ ৰাষ্ট্রপতি ৰিচেপ টায়ীপ এর্ডোগানে ৷ ৰাষ্ট্রপতি এর্ডোগানে উল্লেখ কৰিছে…

আমেৰিকাক সবল নেতৃত্ব দিবলৈ সক্ষম ডেম’ক্রেট বিডেন

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ আগন্তুক ২০২০ চনত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ডেম’ক্রেটিক প্রার্থিত্ব প্রত্যাশী ৭৭ বছৰীয়া জো বিডেনৰ চিকিৎসকে ঘোষণা কৰিছে যে আমেৰিকাক নেতৃত্ব প্রদান কৰিবলৈ সক্ষম নেতাগৰাকী ৷ স্মর্তব্য যে…

আমেৰিকাৰ গণতন্ত্রৰ ওপৰত চলিছে মুকলি যুদ্ধ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ব্যক্তিগত ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবে ইউক্রেইনৰ ওপৰত চাপ সৃষ্টি কৰা বিষয় লৈ আমেৰিকাত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া চলাই আছে ডেম’ক্রেটিক পার্টীয়ে ৷ মার্কিন হাউছ অৱ ৰিপ্রেজেণ্টেটিভত…