জয়পুৰৰ বিস্ফোৰণৰ গোচৰত চাৰিজনক দোষী সাব্যস্ত
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ২০০৮ চনত ৰাজস্থানৰ জয়পুৰত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত চাৰিজন অভিযুক্তক দোষী সাব্যস্ত কৰিছে এখন বিশেষ আদালতে ৷ উল্লেখনীয় যে এই বিস্ফোৰণত ৭২গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ১৭০গৰাকী আহত হৈছিল ৷ এই গোচৰটোত…