বিধানসভাৰ প্রৱেশ দ্বাৰতে ফুটিল আৰক্ষীৰ গুলী
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসম বিধানসভাৰ সন্মুখত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ মহানগৰীৰ দিছপুৰস্থিত বিধানসভাৰ মূল প্রৱেশদ্বাৰত অতর্কিতে সংঘটিত হয় ঘটনাটো ৷ সেই স্থানত থকা এজন আৰক্ষীৰ কার্বাইনৰ পৰা হঠাৎ এটা গুলী ফুটি ওলাই যায় ৷…