নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত কোনে চলাইছে কয়লা ছিণ্ডিকেট?

নতুন দিল্লী, ২২ নবেম্বৰঃ ৰাজ্যত অব্যাহত আছে কয়লা ছিণ্ডিকেট। বন বিভাগৰ জ্ঞাতসাৰেই চলি আছে এই বেহা। লোকসভাত এই কথা স্পষ্ট হল পৰিবেশ মন্ত্ৰী বাবুলৰ ভাষ্যত। কেন্দ্ৰীয় মন্ত্ৰী সুপ্ৰিয়ৰ মতে উজনি অসমৰ ডিগবৈ বন সংমণ্ডলৰ অধীনত থকা ছখনকৈ…

২৫ নৱেম্বৰত স্বাক্ষৰ হ’ব বুজাবুজি চুক্তি

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ দেশৰ চলচ্চিত্ৰ জগতৰ অভিজাত ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে অহা ২৫ নৱেম্বৰ টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ আৰু ৰাজ্য় চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হ'ব। তাজ ভিভাণ্টা হোটেলত দিনৰ ১১ বজাত…

খিলঞ্জীয়াৰ স্বাৰ্থত নতুন ভূমিনীতিঃ চহৰাঞ্চলত খিলঞ্জীয়া ভূমিহীনে পাব মাটি

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ অসমৰ খিলঞ্জীয়া বাসিন্দাৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ প্ৰস্তুত কৰা হৈছে নতুন ভূমি নীতি । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰা ভূমি নীতি, ২০১৯ ত মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া কৃষকৰ ভূমি অধিকাৰত গুৰুত্ব আৰোপ…

ক্লাইমেট ইমাৰ্জেন্সীক বৰ্ষটোৰ শব্দ আখ্যা অক্সফ’ৰ্ড অভিধানৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ অক্সফ'ৰ্ড অভিধানে বৰ্ষটোৰ শব্দ হিচাপে ইয়াত সন্নিৱিষ্ট কৰিছে ক্লাইমেট ইমাৰ্জেন্সী শব্দ দুটা। উল্লেখনীয় যে চলিত বৰ্ষত আটাইতকৈ বেছি এই শব্দ দুটা ব্যৱহাৰ হোৱা বুলি অক্সফ'ৰ্ডে দাবী কৰিছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ…

পাৰস্য উপসাগৰীয় দেশত পাঁচবছৰত মৃত্যু ৩৪,০০০ ভাৰতীয়ৰ

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰঃ পাৰস্য উপসাগৰীয় দেশত প্ৰতিদিনে গড়ে ১৫ জনকৈ প্ৰব্ৰজিত ভাৰতীয় লোকে প্ৰাণ হেৰুৱায় । বিশেষকৈ কুৱেইট, ছৌদি আৰব, বাহৰেইন, কাটাৰ, ওমান আৰু ইউনাইটেড আৰব এমিৰেটছত এনেদৰে কৰ্মৰত ভাৰতীয় লোকৰ মৃত্যু হৈ আহিছে । ভাৰতৰ বৈদেশিক…

গুৱাহাটীত চাৰ্টাৰ্ড একাণ্টেণ্টৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ শুভাৰম্ভ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ 'দেশ নিৰ্মাণত চাৰ্টাৰ্ড একাউণ্টেণ্ট সকলৰ ভূমিকা গুৰুত্বপূৰ্ণ । দেশৰ তিনি লক্ষাধিক চাৰ্টাৰ্ড একাউণ্টেণ্টে বিমুদ্ৰাকৰণ, জি এছ টি আৰু দুৰ্নীতিমুক্ত ভাৰত অভিযানত ৰাষ্ট্ৰৰ বাবে কাম কৰিছে।' এই মন্তব্য বিত্তমন্ত্ৰী ড০…

থাইলেণ্ডত জিলিকিল অসম কন্যা

গুৱাহাটী, ২৩ নবেম্ৱৰঃ থাইলেণ্ডত সৌন্দৰ্য প্ৰতিযোগিতাত জিলিকিল অসম কন্যা নিকিতা প্ৰিয়দৰ্শিনী। থাইলেণ্ডত অনুষ্ঠিত এনিগমা মিছ ইণ্ডিয়া ইণ্টাৰনেছনেল-২০১৯ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ৱ কৰি সফলতা লাভ কৰিছে নিকিতাই। সন্দিকৈ…

বিশ্বৰ ৮০ শতাংশ কিশোৰ আক্ৰান্ত হয় হৃদৰোগত

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে বিশ্বৰ বহুসংখ্যক শিশু পৰ্যাপ্ত শাৰীৰিক পৰিশ্ৰমৰ অভাৱত হৃদৰোগত আক্ৰান্ত হয় । ৮০ শতাংশতকৈও অধিক স্কুলৰ ছাত্ৰ-ছাত্ৰী, যিসকলৰ বয়স ১১-১৭ বছৰৰ ভিতৰত, তেওঁলোকে ন্যূনতম…

২৫ নৱেম্বৰত আপুনি গুৱাহাটীত নাপাব তেল !

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ তেল কোম্পানীসমূহৰ মইমতালিৰ প্ৰতিবাদত অহা ২৫ নৱেম্বৰত বৃহত্তৰ গুৱাহাটীৰ তেল ডিপোসমূহ বন্ধ ৰাখিব নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডীলাৰ এছ'চিয়েচনৰ বৃহত্তৰ গুৱাহাটী শাখাই । শুকুৰবাৰে এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজীৱ…

বিজেপিক সমৰ্থন নকৰে এনচিপিয়েঃ পাৱাৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ শনিবাৰে পুৱাই মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাচতেই এতিয়া ৰাজনৈতিক মহলত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া । মুখ্যমন্ত্ৰী ৰূপে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু উপ-মুখ্যমন্ত্ৰী ৰূপে এন চি পিৰ অজিত পাৱাৰে শপত বাক্য…