নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাৰ্জিল ইমামৰ সৈতে কথা পতা অসমৰ সাংবাদিক দুগৰাকী কোন?

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসমক দেশৰ পৰা বিচ্ছিন্ন কৰিব বিচৰা দেশদ্ৰোহী ছাৰ্জিল ইমামক মাৰাথন জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। জেৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ২০১৬ চনত প্ৰথমবাৰলৈ অসমলৈ অহা ছাৰ্জিলৰ সৈতে সম্পৰ্ক আছিল JNUৰ ‘দাস’ উপাধিৰ এজন অসমীয়া ছাত্ৰৰ । নৱেম্বৰত বদৰুদ্দিন আজমলকো সাক্ষাত কৰিছিল ছাৰ্জিলে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰয়োজনত তদন্তৰ আওঁতালৈ আহিব অসমৰ দুই সাংবাদিকসহ প্ৰাক্তন ছাত্ৰ। JNUৰ কেইবাগৰাকীও অসমীয়া ছাত্ৰৰ সৈতে সম্পৰ্ক আছিল ছাৰ্জিলৰ। আৰক্ষীৰ জেৰাত আৰু বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে।

You might also like