নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল উৎখাত

  • নগাঁৱৰ পানীখাইটিত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল উৎখাত।
  • নগাঁও বন বিভাগৰ সদৰ বনাঞ্চলিক বন বিষয়াৰ কল্যাণী মালাকাৰৰ নেতৃত্বত পানীখাইটিত চলিছিল অভিযান ।
  • অভিযানত এটা কাঠফলা মিলৰ লগতে বুজন পৰিমাণৰ মূল্যবান চেগুন আৰু জামুক কাঠ জব্দ।
  • অভিযান কালত বন বিভাগৰ লোকক আক্ৰমণৰ চেষ্টা চোৰাং কাঠ ব্যৱসায়ীৰ।
You might also like