নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত ৪৩৮ খন চিম কাৰ্ডসহ এটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

 

 

নিয়মীয়া বার্তা, ১৩ মাৰ্চ: মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা এক অভিযানত কালি মৈৰাবাৰীৰ ধুৱাই লেংৰীবৰী ডুবাই পট্টী ৰূপে কুখ্যাত অঞ্চলটোত মফিদুল ইছলাম নামৰ এটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হয়। মৈৰাবাৰীৰ লেংৰিবৰীৰ মফিদুল ইছলামৰ ঘৰত অভিযানকাৰী দলটিয়ে অভিযান চলাই ৪৩৮ খন চিম কাৰ্ড জব্দ কৰে।

 

You might also like