নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামী বগাক গ্ৰেপ্তাৰ

  • ছিপাঝাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামীক পুনৰ গ্ৰেপ্তাৰ
  • দীপাংকৰ ডেকা ওৰফে বগাই আৰক্ষী বাহনৰ পৰাই পলায়ন কৰিছিল
  • ফলত থানাখনৰ আৰক্ষীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল।
  • পিছত পুনৰ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই আটক কৰে আচামী বগাক।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ

You might also like