নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিতৰা অভয়াৰণ্যত মতা গঁড়ৰ মৃতদেহ উদ্ধাৰ

  • পবিতৰা অভয়াৰণ্যত গঁড়ৰ মৃতদেহ উদ্ধাৰ।
  • মৃত্যু হোৱা বয়স্ক মতা গঁড়টোৰ অক্ষত অৱস্থাত আছে খড়্গ।
  • অভয়াৰণ্যখনৰ তামুলীডোবাৰ সমীপৰ এলেকাত উদ্ধাৰ মৃত গঁড়টি।
  • বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ।
  • ঘটনাস্থলীত অভয়াৰণ্যখনৰ বন বিষয়াৰ এটি দল উপস্থিত।
  • মৃতদেহটো পৰ্যবেক্ষণ কৰি মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

ডিজিটেল ডেস্ক, ২৭ জুলাই

You might also like