নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ নদীত গা ধুবলৈ গৈ নিখোজ দুই কিশোৰ

  • মঙলদৈত অঘটন।
  • মঙলদৈ নদীত গা ধুব গৈ নিখোজ দুই কিশোৰ।
  • সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল নামৰ দুই কিশোৰ এতিয়াও সন্ধানহীন।
  • সমনীয়াৰ সৈতে নদীত গা ধুব আহিছিল দুয়ো কিশোৰ।
  • মঙলদৈ ৫নং ৱাৰ্ডৰ প্ৰদীপ মণ্ডল আৰু ৰাজু মণ্ডলৰ দুই পুত্ৰ সঞ্জীৱ আৰু ঋত্বিক।
  • খবৰ পোৱা মাত্ৰকে SDRF বাহিনীৰ লোক উপস্থিত হৈ অনুসন্ধান চলাইছে যদিও এতিয়াও কোনো সন্ধান লাভ কৰিব সক্ষম হোৱা নাই।

ডিজিটেল ডেস্ক, ২৭ জুলাই

You might also like