নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুন্তল মণি শর্মা বৰদলৈ মুখ্যমন্ত্রীৰ নতুন অ’এছডি

নিয়মীয়া বাৰ্তা, ১৬ মে’: কামৰূপ জিলা উদ্যোগ কেন্দ্রৰ কার্যকৰী পৰিচালক কুন্তল মণি শর্মা বৰদলৈক মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া (অ’এছডি) হিচাপে নিযুক্তি দিয়া হৈছে৷ শনিবাৰে এক নির্দেশযোগে এই নিযুক্তি প্রদান কৰে ৰাজ্য চৰকাৰে৷

উল্লেখ্য যে কামৰূপ জিলাৰ মির্জাত কর্মৰত হৈ আছে বৰদলৈ৷

You might also like