নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলাদিত্যক গ্রেপ্তাৰৰ দাবীত উত্তাল হাজো

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ হোজাই বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্যক গ্রেপ্তাৰৰ দাবীত আজি হাজোৰ দামপুৰত মানৱ–শৃংখল কার্যসূচীৰে তীব্র প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদৰ আঞ্চলিক সমিতিয়ে৷ পৰিষদৰ নেতা–কর্মীসকলে বিধায়ক শিলাদিত্যক অতিশীঘ্রে গ্রেপ্তাৰ কৰক, বিধায়ক শিলাদিত্য লেই লেই–চেই চেই , বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

You might also like