নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁও উপৰবড়ীত ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  আমিনগাঁৱৰ উপৰবড়ীত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেনিহান শিখাই চাৰাখাৰ কৰিলে বহু মূল্যবান সামগ্ৰী। সম্পূৰ্নৰূপে ভস্মিভূত বাসগৃহসহ টেন্ট হাউচৰ গুডাউন।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

অচিত দাস নামৰ টেন্ট হাউচৰ ব্যৱসায়ীগৰাকীৰ বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ।

You might also like