নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত শোকাৱহ পথ দুৰ্ঘটনা, নিহত যুৱক

  • ৰূপহীহাটৰ শিঙিমাৰীত শোকাৱহ পথ দুৰ্ঘটনা।
  • তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন যুৱক।
  • গড়াজানৰ প্ৰসেনজিৎ চক্ৰৱৰ্তী নামৰ যুৱকজনক চাৰিচকীয়া বাহনে মহটিয়াই পলায়ন কৰে।
  • AS-02-AV-1938 আৰু AS-02-AD-0822 নম্বৰৰ মটৰচাইকেলক অচিনাক্ত চাৰিচকীয়া বাহনে খুন্দিয়াই পলায়ন কৰে।
  • ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
  • দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰসেনজিৎ চক্ৰৱৰ্তীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী

You might also like