নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত হাতীৰ দাঁতসহ দুজনক গ্ৰেপ্তাৰ

  • গোসাঁইগাঁৱত হাতীৰ দাঁতসহ দুজনক গ্ৰেপ্তাৰ
  • গোসাঁইগাঁৱৰ কচুগাঁৱত আৰক্ষীৰ অভিযান
  • অভিযান চলাই দুটা হাতীৰ দাঁতসহ দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
  • চোৰাং চিকাৰী দুজন ৰাইমনাৰ সত্যম নাৰ্জাৰী আৰু কচুগাঁৱৰ ৰূপম বসুমতাৰী
  • গোপন খবৰৰ ভিত্তিত চলিছিল অভিযান
  • ৰূপম বসুমতাৰীয়ে হাতীৰ দাঁত দুটা নিজ ঘৰত লুকাই ৰাখিছিল।

ডিজিটেল ডেস্ক, ৩ জুলাই

You might also like