নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱা আৰক্ষী থানাৰ অগ্নিসংযোগ কৰাৰ লগত জড়িত আন দুজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ নগাঁও আৰক্ষীয়ে কালি নিশা চলোৱা এক অভিযানত বটদ্ৰৱা আৰক্ষী থানাৰ অগ্নিসংযোগ কৰাৰ লগত জড়িত থকাৰ অপৰাধত আন দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত অপৰাধী দুটাক বটদ্ৰৱা হাইডুবিৰ মুজিবুৰ ৰহমান আৰু আমলক্ষিৰ আৰশ্বাৱ আলি বুলি চিনাক্ত কৰা হয়। উল্লেখযোগ্য যে- উক্ত ঘটনা সংক্ৰান্তত এতিয়া লৈকে মুঠ আঠজন ব্যক্তিক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

You might also like