নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাশ ভাৰতবাসী : ছেমিত ইংলেণ্ডৰে শোচনীয় পৰাজয় ৰোহিত বাহিনীৰ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰঃ

🔴অষ্ট্ৰেলিয়াতো পূৰণ নহল ট্ৰফী দখলৰ স্বপ্ন।
🔴বাটলাৰ-হেলছৰ বেটিং ধুমুহাত তচনচ ভাৰতীয় বলিং লাইন আপ।
🔴প্ৰথমবাৰতেই কাপ দখল কৰা মেন ইন ব্লুৱে নিৰাশ কৰিলে দেশবাসীক।
🔴ছেমিত স্তব্ধ ট্ৰফী দখলৰ যাত্ৰা।
🔴ইংলেণ্ডৰে শোচনীয় পৰাজয় ৰোহিত বাহিনীৰ।

You might also like