নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ বিপক্ষে থ্ৰিলাৰ মেচত পৰাস্ত RCB

দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুকক ৬ উইকেটত পৰাস্ত কৰিলে। দিল্লীক অন্তিম অভাৰত জয়ৰ বাবে ১৫ ৰানৰ প্ৰয়োজন আছিল। বলিং কৰিবলৈ আহিছিল ৰোমাৰিঅ শ্বেফাৰ্ডে। প্ৰথম দুটা বলত ২ ৰান আহে। তাৰ পিছত ৪টা বলত ১৩ ৰান প্ৰয়োজন থাকোঁতেই মিলাৰে দুটা ছিক্স আৰু এটা চাৰি মাৰি দলটোৰ জয় নিশ্চিত কৰে।

প্ৰথমে বেটিং কৰি আৰচিবিয়ে ১৭৫ ৰান সংগ্ৰহ কৰিছিল। উত্তৰত দিল্লীয়ে এক বল বাকী থাকোঁতেই লক্ষ্য পূৰণ কৰে। দিল্লীৰ হৈ কেএল ৰাহুলে ৩৪ বলত ৫৭ ৰান কৰে, ষ্টাবছে ৪৭ বলত অপৰাজিত ৬০ ৰান আৰু ডেভিদ মিলাৰে ১০ বলত অপৰাজিত ২২ ৰান অৰ্জন কৰে।

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল

You might also like