নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

CM Sarbananda Sonowal

আজি বড়ো সকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ আজি বড়ো সকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা । বাথৌ পূজা উপলক্ষে বড়ো অঞ্চলসমূহত দেখা গৈছে বিশেষ প্ৰস্তুতি । ভিন্ন স্থানত পূজা অৰ্চনাৰে নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰিছে বড়ো লোকসকলে । ইপিনে সোমবাৰে অসমৰ…

আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে । গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে গণৰাজ্য…

গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যত ৪ টাকৈ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই উজনি অসমৰ ৪ টাকৈ স্থানত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা- ডিব্ৰুগড়, সোণাৰি আৰু দুলীয়াজানত বিস্ফোৰণ ডিব্ৰুগড়ত দুটাকৈ স্থানত সংঘটিত হৈছে বিস্ফোৰণ ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ আস্থা হাস্পতাল…

কংগ্ৰেছে আজি ‘কা’ ‘কা’ কৈ চিঞৰি আছে, কিন্তু শাসনকালত কিয় মাৰ কথা এবাৰো…

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ "যেতিয়া কাৰ আন্দোলন হ'ল তেতিয়া কোৱা হ'ল বাগিচাৰ মাটিত কোনোবা বিদেশী মানুহ আহিব ! কোৱা হ'ল চৰকাৰী খালী মাটিত বিদেশী নাগৰিক আহিব ! কিন্তু আমি আপোনালোকৰ আগত ৰৈ আজি স্পষ্ট কৰি কৈছো- যেতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটৰ…

সফলতাৰে আজি ১২ বছৰ সম্পূৰ্ণ কৰিলে নিউজ লাইভে

নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ উপজা মাটিৰ পৰশেৰে উজ্জীৱিত অসমৰ প্ৰথমটো চেটেলাইট চেনেল নিউজ লাইভে বিগত এটা দশক পাৰ কৰি আজি গৌৰৱোজ্জল ১২ বছৰ সম্পূৰ্ণ কৰিলে । ২০০৮ বৰ্ষৰ ২১ জানুৱাৰীত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো চেটেলাইট চেনেল ৰূপে ভূমিষ্ঠ হোৱা…

কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন; পুনৰ দায়িত্বভাৰ ল’ব নেকি ৰঞ্জিত দাসে ?

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দ্বিতীয়টো কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে নির্বাচিত হোৱাৰ দিশে আগবাঢ়িছে ৰঞ্জিত কুমাৰ দাস৷ ইতিমধ্যে কেন্দ্রীয় নেতৃত্বই ৰঞ্জিত কুমাৰ দাসক পুনৰ দায়িত্ব প্রদানৰ স্পষ্ট ইংগিত দিয়াৰ পিছত ১৮ জানুৱাৰীত…

আজি বিধানসভাৰ বিশেষ অধিৱেশন, ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীয়ে উত্তাল কৰিলে সদন…

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ল এদিনীয়া অধিৱেশনখন । বিধানসভাৰ কার্যক্রমণিকা অনুসৰি এই বিশেষ অধিৱেশনত ‘কা’ সম্পর্কত আলোচনাৰ কোনো সুযোগ নাই ৷ ইতিমধ্যে ৰাজ্যপালৰ ভাষণৰ…

আজিৰে পৰা খেলো ইণ্ডিয়া য়ুথ গেমছ, মুখ্যমন্ত্রী সোণোৱালে কৰিব উদ্বোধন

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনে ৰাজ্যৰ চৌদিশ উত্তাল কৰি ৰখাৰ সময়তে আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’৷ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হ’বলগীয়া বৃহৎ…

দিছপুৰৰ পৰামৰ্শত পিএমঅ’য়ে বাতিল কৰিলে মোদীৰ গুৱাহাটী ভ্ৰমণ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ‘খেলো ইণ্ডিয়া’ ৰ উদ্বোধনী অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷…

আজি কৰ্তব্যত অনুপস্থিত কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব ৰাজ্য চৰকাৰে

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিক–কৃষকবিৰোধী নীতি তথা জনবিৰোধী বিপজ্জনক আর্থিক নীতিসমূহৰ প্রতিবাদত আজি পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰীৰ পুৱা ৬ বজালৈ ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘট তথা চকা বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিছে কেন্দ্রীয় ট্রেড…