বহি:ৰাজ্যৰ ব্যক্তিগত মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ গৈ প্ৰতাৰিত নগাঁৱৰ ছাত্ৰ
বিশেষ বাৰ্তা, ১৯ মে' : বহিঃৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ নামত ৰাজ্যৰ একাংশ ছাত্র-ছাত্রী প্ৰতাৰণাৰ বলি হোৱা তথা সৰ্বস্বান্ত হোৱাৰ ঘটনা নতুন নহয়।এনে অভিযোগ সততে উত্থাপিত হৈ আহিছে।শেহতীয়াকৈ এম বি বি এছ পাঠ্যক্ৰমত অধ্যায়ন…