নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

ৰাজ্যৰ স্নাতকোত্তৰ পাঠ্যক্রমত অধ্যয়নৰত সকলো ছাত্রীকে মাহিলি প্রদান কৰা হ’ব এহেজাৰ টকাকৈ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা শিক্ষা বিভাগে অচিৰেই মুকলি কৰিব বিশেষ প’র্টেল স্নাতকোত্তৰ ছাত্রীয়ে আবেদন কৰিব লাগিব প’র্টেলত নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: স্নাতকোত্তৰ শ্রেণীত অধ্যয়নৰত প্রতিগৰাকী ছাত্রীলৈ শিক্ষানুষ্ঠানলৈ…

“ৰাহুল গান্ধীয়ে দেশৰ ইতিহাস নাজানে”-গুজৰাটত নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ:  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুজৰাটত তিনিখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত বিজেপিৰ শীৰ্ষ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত…

২৩ আৰু ২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কৰা হ’ব লাচিত দিৱসঃ মুখ্যমন্ত্ৰী

মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখা কাৰ্যসূচীত জনসাধাৰণক জড়িত কৰিবলৈ ৱেব প’ৰ্টেল আৰু ম’বাইল এপ উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত…

পঞ্চভূতত বিলীন বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰদেহ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: হেজাৰ হেজাৰ ভকত বৈষ্ণব আৰু গুণমুগ্ধক শোক সাগৰত পেলাই অবশেষত পঞ্চভূতত বিলীন হ'ল বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ পাৰ্থিব শৰীৰ ৷ আজি পুৱা বৰপেটা সত্ৰত আইসকল আৰু বাপুসকলৰ চৌধ্য প্ৰসংগৰ অন্তৰ্গত পুৱাৰ প্ৰসংগৰ পিচত…

কেইটামান সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলে নিবনুৱাৰ চাকৰি হোৱাটো বিচৰা নাইঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্ত, ১১ছেপ্টেম্বৰ: ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত সোণাৰিত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভিক্টৰ দাসে কোনোধৰণৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ কথা উল্লেখ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। এয়া জেমছ…

কোকৰাঝাৰত ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব কেবিনেট মিটিং, প্রস্তুতি সম্পূর্ণ

মুখ্যমন্ত্রীৰ বাবে নৱ ৰূপত অতিথিশালা নির্মাণ, কঠোৰ নিৰাপত্তা ব্যৱস্থা আজি নিশা উপস্থিত হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: কোকৰাঝাৰত ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক৷ অসম চৰকাৰৰ…

গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ৰ আয়োজনৰ বুজ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা,২ ছেপ্টেম্বৰ: গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অহা ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট খেলৰ আয়োজনৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত…

স্বাস্থ্য বিভাগৰ বিভিন্ন কাম-কাজ আৰু আঁচনিসমূহৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত মাননীয় মন্ত্ৰী শ্ৰীকেশৱ মহন্তৰ উপস্থিতিত উচ্চপদস্থ বিষয়াসকলৰ সৈতে স্বাস্থ্য বিভাগৰ বিভিন্ন কাম-কাজ আৰু আঁচনিসমূহৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভাগটোৰ…

সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে আজি জনতা ভৱনত এক বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীৰ বাবে থকা চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী অধিক সৰলীকৰণ কৰা সন্দৰ্ভত…

জিলা আৰু মহকুমা ন্যায়িক আদালতৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে ব্যয় কৰিব ৩০০ কোটি টকাঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়াই সত্ৰ নগৰী বৰপেটাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰপেটা জিলাৰ নৱনিৰ্মিত ন্যায়িক আদালত ভৱনটিৰ আজি আনুষ্ঠানিকভাৱে…