এটা ৰাজনৈতিক ধমকিতে ভাৰত জিন্দাবাদো দিব, মিঞা মিউজিয়ামো বন্ধ হ’ব
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ ৰাজ্যৰ ৰাজনীতিত শেহতীয়াকৈ বিতর্ক সৃষ্টি কৰি থকা মিঞা মিউজিয়াম আৰু এ আই ইউ ডি এফৰ সমর্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ পুনৰ সৰৱ হ’ল বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷
বাইহাটা চাৰিআলিৰ এক ক্রীড়া…