নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মটক জনগোষ্ঠীয় পৰম্পৰাগত গছতলৰ বিহুৰ সামৰণি

🔹 চাবুৱাত গাভৰু-ডেকাই বিহুতলীত সেৱা লৈ বিদায় দিলে চেনেহৰ বিহুটিক নিয়মীয়া বার্তা, ২৮ এপ্রিল : অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুটিক বিভিন্ন প্রান্তত বিভিন্ন পৰম্পৰা অনুসৰি অনুষ্ঠিত কৰা দেখা যায়৷ ঠিক তেনেদৰে উজনি অসমৰ মটক জনগোষ্ঠীৰ অধ্যুষিত…

চলিত শিক্ষাবৰ্ষৰ পৰাই নতুন ঐচ্ছিক বিষয় ‘কৃত্ৰিম বুদ্ধিমত্তা-ৰবটিকছ’

🔹 অসম মাধ্যমিক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিশেষ বাৰ্তা, ২৮ এপ্ৰিল  : চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ পাঠ্যক্রমত ঐচ্ছিক বিষয় হিচাপে সন্নিৱিষ্ট হ'ব 'কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিকছ'। অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) চলিত…

ৰামৰ ফটোযুক্ত বেনাৰত দুর্বৃত্তই সানিলে ক’লা ৰং

🔹 গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা বিশেষ বাৰ্তা, ২৮ এপ্ৰিল : গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰামৰ ফটোযুক্ত বেনাৰত দুর্বৃত্তই ক'লা ৰং সনাক লৈ চৰম উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাস্থলীত ফটাশিল, ওদালবাক্ৰা আৰক্ষী…

বিশ্বনাথত চাৰিটা বেটৰীসহ দুই চোৰ গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৮ এপ্ৰিল : বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অভিযানকাৰী দলে বিশ্বনাথৰ দুটাকৈ স্থানত অভিযান চলাই কালি  দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা দুই চোৰৰ পৰা চাৰিটাকৈ বেটাৰীও উদ্ধাৰ কৰে বিশ্বনাথ আৰক্ষীয়ে।…

পাপাৰাজি : শ্রুতি হাছান–শান্তনুৰ চাৰি বছৰীয়া সম্পর্কত ফাট

বিশেষ বাৰ্তা, ২৮ এপ্রিল : চেলিব্রিটীৰ সম্পর্কত ফাট মেলা কিম্বা বিবাহ বিচ্ছেদ ঘটাটো প্রায় স্বাভাৱিক ঘটনাই বুলি ক’ব পাৰি৷ স্বাভাৱিক যদিও চেলিব্রিটীৰ এনে সম্পর্কত ফাট মেলা ঘটনাই ব্যাপক চর্চা লাভ কৰে৷ শেহতীয়াভাৱে বলীউডৰ অভিনেত্রী শ্ৰুতি হাছান…

৫২৭ ভাৰতীয় খাদ্য সামগ্রীত কর্কটৰ বাহকৰ উপস্থিতি

🔹 ইউৰোপীয় সংঘ খাদ্য সুৰক্ষাৰ প্রতিবেদন বিশেষ বাৰ্তা, ২৮ এপ্রিল : ভাৰতৰ পৰা আমদানিকৃত ৫২৭ বিধ ভাৰতীয় খাদ্য সামগ্রীত কর্কটৰ কাৰক ৰাসায়নিকৰ উপস্থিতি ধৰা পৰিছে৷ ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কর্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্রীত কর্কটৰ কাৰক ধৰা…

বিটিআৰত শাসকীয় ইউপিপিএলৰ ৰণকৌশল

🔹 বুথ পৰ্যায়-মানুহৰ ঘৰৰ চোতালত নিৰ্বাচনী প্ৰচাৰ, যোগদান কাৰ্যসূচী নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । ঠিক তেনেদৰে বিটিআৰত লোকসভা…

দ্বিতীয় পর্যায়ৰ ৪ আসনত বিজেপি জয়ী হ’ব, এখনত প্রতিদ্বন্দ্বিতা

🔹 আত্মবিশ্বাসী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা বিশেষ বাৰ্তা, ২৮ এপ্রিল : পৰহি দ্বিতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হোৱা ৰাজ্যখনৰ পাঁচখন লোকসভা আসনৰ ভিতৰত চাৰিখনত বিজেপি জয়ী হ’ব৷ এখনত প্রতিদ্বন্দ্বিতা হৈছে।– এই মন্তব্য মুখ্যমন্ত্রী ড০…

কাইলৈ গুৱাহাটীত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’

🔹 সমৱেত হ’ব ডেৰ লাখ লোক বিশেষ বাৰ্তা, ২৮ এপ্রিল : নির্বাচনী প্রচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ হৈ গৃহমন্ত্রীগৰাকীয়ে কাইলৈ গুৱাহাটীত এক বিশাল ৰোড শ্ব’ত…

চাকৰি নথকা পৰিয়ালৰ প্রার্থীয়ে লাভ কৰিব অতিৰিক্ত ১০ নম্বৰ

🔹 ৰাজ্যত নতুনকৈ ৫০ হাজাৰ নিযুক্তিক লৈ বৃহৎ ঘোষণা ড০ শর্মাৰ বিশেষ বাৰ্তা, ২৮ এপ্রিল : প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচন শেষ হোৱাৰ পাছত এইবাৰ অহা ৭ মে’ত ভোটগ্রহণ হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রচাৰকার্য আৰম্ভ কৰিছে মুখ্যমন্ত্রী…