গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক নৃত্য দিৱস পালন
আন্তৰ্জাতিক নৃত্য দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰ তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ফণীধৰ দত্ত সভাগৃহত বৰ্ণাঢ্য…