বশিষ্ঠ আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ চোৰ
ডিজিটেল ডেস্ক, ১ মে' : বশিষ্ঠ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ অভিযান চলাই দুটা দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা চোৰ দুটা হৈছে হাজোৰ আছমত আলী আৰু নমাইলৰ বিমল চেত্ৰী।
জানিব পৰা মতে, নমাইলৰ এটা বাসগৃহৰ পৰা কাঁহ-পিতলৰ…