হাইলাকান্দিত আৰক্ষীৰ অভিযানত য়াবা টেবলেট জব্দ
হাইলাকান্দি জিলাত আৰক্ষীৰ এটা সুপৰিকল্পিত অভিযানত বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম–মিজোৰাম সীমান্তৱৰ্তী ৰামনাথপুৰ অঞ্চলত চলোৱা এই অভিযানত প্ৰায় ৪৫ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয় আৰু এজন যুবকক গ্ৰেপ্তাৰ…