নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

HS-ৰ ফলাফল : বাণিজ্য শাখাত ৮১.১৩ শতাংশ উত্তীৰ্ণ

উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে বাণিজ্য শাখাতো সন্তোষজনক ফলাফল দেখা গৈছে। Assam State School Education Board-ৰ অধীনত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত বাণিজ্য শাখাত ৮১.১৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। তথ্য অনুসাৰে,…

HS-ৰ ফলাফল : কলা শাখাত ৭৯.৫৪ শতাংশ উত্তীৰ্ণ

উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ঘোষণা কৰা ফলাফল অনুসৰি কলা শাখাৰ ফলাফলত সন্তোষজনক সফলতা দেখা গৈছে। Assam State School Education Board-ৰ অধীনত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত কলা শাখাত ৭৯.৫৪ শতাংশ শিক্ষাৰ্থী…

শান্তিৰ স্বার্থত আমেৰিকাৰে পৰমাণু আলোচনাৰ বাবে ৰাজী ইৰান

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : যুদ্ধবিধ্বস্ত দেশখনলৈ শান্তি ওভতাই অনাৰ স্বার্থত আমেৰিকাৰ সৈতে শান্তি আলোচনাত বহিবলৈ ৰাজী ইৰান৷ এই কথা জনাইছে ইৰানৰ সংবাদ মাধ্যমে৷ কিন্তু তাৰ পূর্বে ৱাশ্বিংটনে ২টা চর্ত মানি ল’ব লাগিব বুলি জনাই দিছে তহৰানে৷ এই…

প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। Assam State School Education Board-এ এই সন্দৰ্ভত পূৰ্বেই প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিছিল। এইবাৰ মুঠ ১২টা ৱেবচাইটত ফলাফল প্ৰকাশ কৰা হৈছে। এইবাৰ উচ্চতৰ মাধ্যমিক…

ল’ স্ক’ৰিং মেচত দিল্লীৰ বিৰুদ্ধে ৯ উইকেটত জয় আৰচিবিৰ

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : ভুবনেশ্বৰ কুমাৰ আৰু জ’ছ হেজলউডৰ বলিং তাণ্ডৱত দিশহাৰা দিল্লী কেপিটেলছ৷ চলিত আইপিএলত সর্বনিম্ন স্ক’ৰ কৰাৰ নজিৰ গঢ়ে অক্ষৰ পেটেল নেতৃত্বাধীন দিল্লী কেপিটেলছে৷ সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত ডিফেণ্ডিং…

সম্পাদকীয় : জেন-জি ৰাজনীতি

মাথোঁ জেন–জিৰ নামত আভুৱা–ভাঁৰা ৰাজনীতিৰে অনায়াসে ক্ষমতা দখলৰ সপোন কেতিয়াও পূৰণ নহয়৷ শ্রীলংকা, বাংলাদেশ আৰু নেপালত শাসকীয় পক্ষৰ বিৰুদ্ধে জেন–জিৰ বিদ্রোহে ক্ষমতাৰ গতি–বিধি সলনি কৰাৰ পিছত অসমকে ধৰি দেশজুৰি বিৰোধী ৰাজনৈতিক দলসমূহ উৎসাহিত হৈছে৷…

২৮ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ এপ্রিল, ব’হাগ মাহৰ ১৪ তাৰিখ মঙলবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেষ : আজি সাংসাৰিক দিশত শান্তি বজাই থাকিব৷ সামাজিক সেৱাই মনত শান্তি দিব৷ সন্তানৰ দিশত চিন্তাবৃদ্ধি৷ শিক্ষার্থীসকলৰ বাবে শুভ৷ প্রেমত বাধা৷ শুভ…

বিৰিয়ানীয়ে হ’ল কাল… একেটা পৰিয়ালৰ চাৰি সদস্যৰ ৰহস্যজনক মৃত্যু

ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল : মুম্বাই চহৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। একে পৰিয়ালৰ চাৰি সদস্যই ডিনাৰৰ পিছত তৰমুজ খোৱাৰ কিছু সময়ৰ ভিতৰতে অসুস্থ হৈ শেষত মৃত্যুবৰণ কৰে। এই ঘটনা মুম্বাই চহৰৰ পায়ধুনি এলেকাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।…

বজালীত জংঘলৰ মাজত সোমাই পৰিল পানী নিষ্কাশনৰ নলা

বজালী জিলাৰ সদৰ পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে যোৱা এটি নলা৷ উক্ত নলাটোৰ কাম আৰম্ভ কৰাৰ পিছতে ঠিকাদাৰৰ অন্তৰ্ধান হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে পাঠশালা নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ ৰোড বাছ ষ্টোপেজৰ পৰা…

মেদেৰটাৰীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ ১৪ বছৰ…

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ৩০ এপ্ৰিল, ২০১২, ধুবুৰী জিলাৰ ইতিহাসৰ এক অভিশপ্ত দিন। উল্লেখ্য যে ১৪ বছৰ পূৰ্বে ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাও দুৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ যোগমায়া ঘাটৰ পৰা…