গোলকীয় উষ্ণতাৰ মহাসংকট, প্রচণ্ড গ্রীষ্মপ্রৱাহত দহিছে দেশ
ডিজিটেল ডেস্ক, ২৮ এপ্রিল : গোলকীয় উষ্ণতাই কঢ়িয়াই অনা মহাসংকট এইবাৰ বাস্তৱত প্রতিফলিত হ’ল ভাৰতত৷ এপ্রিল মাহতে দেশত পাৰাস্তম্ভ ৪৬ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে দেশত গৰমে সর্বকালৰ অভিলেখ ভংগ কৰাৰ সতর্ক বার্তা দিছে…