নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

টীয়কত কোটিটকীয়া শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ শ্মশান যাত্ৰা, নীৰৱ দৰ্শক চৰকাৰ-বিভাগ

"আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল"-এই আপ্ত বাক্যশাৰী যেন এশ শতাংশই শুদ্ধ হিচাপে বিবেচিত হৈছে হস্ত-তাঁত বস্ত্ৰশিল্প বিভাগ। অসম চৰকাৰে মহিলা সবলীকৰণৰ নামত অৰুণোদয় আঁচনিকে ধৰি বহু বোৰ আঁচনি গ্ৰহণ কৰিলে অথচ আন সময়ততো দূৰৈৰ কথা ব'হাগ বিহুৰ…

কিৰণ পাৱাৰক অসম ৰঞ্জি দলৰ মুখ্য প্রশিক্ষক নিযুক্তি

ডিজিটেল ডেস্ক, ২১ এপ্রিল : অসম ক্রিকেট সন্থাই ৰঞ্জি ট্ৰফী আৰু অন্যান্য সীমিত অভাৰৰ ফর্মেটকে ধৰি আগন্তুক ঘৰুৱা ছিজনৰ বাবে অসম জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্রশিক্ষক হিচাপে কিৰণ ৰাজাৰাম পাৱাৰক নিযুক্তি দিছে৷ মুম্বাইৰ বাসিন্দা পাৱাৰ ভাৰতৰ ১৯ বছৰ…

আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ ৰছিদ খানক ভাৰতীয় নাগৰিকত্বৰ প্রস্তাৱ

ডিজিটেল ডেস্ক, ২১ এপ্রিল : আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ তথা আইপিএলৰ গুজৰাট টাইটানছ দলৰ সদস্য ৰছিদ খানে শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে৷ তেওঁৰ গ্রন্থ ‘ৰছিদ খান : ফ্রম ষ্ট্রীটছ টু ষ্টাৰডম’ত উল্লেখ কৰা মতে তেওঁলৈ আগঢ়োৱা হৈছিল ভাৰতীয়…

সোণাৰিত আজব ঘটনা : মৃত বুলি সৎকাৰ কৰা যুৱক জীৱিত হৈ উভতিল ঘৰলৈ

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল : চৰাইদেউ জিলাৰ সোণাৰিত এক আজব আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মৃত বুলি সৎকাৰ কৰা এজন যুৱক ২৪ ঘণ্টাৰ পিছতেই জীৱিত অৱস্থাত ঘৰলৈ উভতি অহাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটোৰ আৰম্ভণি হয় যেতিয়া…

বৃহত্তৰ ধপলিয়া জ্যোতিকুছি ৰঙালী বিহুৰ স্মৃতিগ্রন্থ উন্মোচন নৰেশ কলিতাৰ

জ্যোতিকুছি ধপলীয়াৰ ১নং কার্বি পথত অৱস্থিত উদ্দীপ্ত সংঘ প্রাংগণত ২৮সংখ্যক বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনৰ প্রথম দিনাৰ কার্যসূচী দিনৰ ১২ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয়৷ পতাকা উত্তোলন কৰে ৰঙালী বিহু সন্মিলনৰ সভাপতি মনুৰাম…

পৰম্পৰা, নীতি–নিয়মেৰে এইবাৰলৈ ব’হাগীক বিদায় অসমীয়াৰ

বর্ষণমুখৰ পৰিৱেশৰ মাজেৰেই সামৰণি পৰিল সাত বিহুৰ৷ মুষলধাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে বিহুৰ আয়োজনত কিছু ব্যাঘাত জন্মে যদিও অসমীয়াৰ হেঁপাহৰ সাত বিহুৰ অন্তিম দিনটোক ৰাজ্যজুৰি চেৰা…

ধুবুৰীত ৰঙালী বিহুৰ মঞ্চৰ কাপোৰ খুলি অগ্নিসংযোগ দুৰ্বৃত্তৰ

ধুবুৰী জিলাৰ বালাজানত অসমীয়াৰ স্বাভিমানক আঘাত দুষ্কৃতিকাৰীৰ। যোৱানিশা কোনো নথকাৰ সুযোগ লৈ অসমীয়াৰ জাতীয় উৎসব বহাগ বিহু উদযাপিত কৰিবলৈ নিৰ্মাণ কৰা মঞ্চৰ কাপোৰ খুলি অগ্নিসংযোগ কৰে দূৰ্বৃত্তই। আজি পুৱা বিহু কমিটিখনৰ বিষয়-ববীয়াসকলে সেয়া…

বিচিচিআইয়ে একে সময়তে গঠন কৰিব দুটা টি–২০ দল

নিয়মীয়াকৈ আইপিএলৰ পৰা ওলাই অহা যুৱ প্রতিভাৰ সোঁতত এতিয়া ভাৰতীয় ক্রিকেটক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছে৷ আন্তঃৰাষ্ট্রীয় সূচী আৰু একাধিক শৃংখলাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দুটা সমান্তৰাল টি–২০ দল গঠনৰ পৰিকল্পনাৰে…

ছয়গাঁৱত বিহুৰ অনুষ্ঠানত শোকাৱহ ঘটনা

ছয়গাঁৱত বিহুৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিশা অহা ধুমুহাত গছৰ ডাল ভাঙি পৰাত এজন যুৱকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, ছয়গাঁৱৰ পাছগুমী অঞ্চলত অনুষ্ঠিত হৈ থকা বিহুৰ অনুষ্ঠান উপভোগ কৰি থকা অৱস্থাত হঠাৎ অহা প্ৰবল…

কামৰূপৰ বংশৰত ভয়ংকৰ বাইক দুৰ্ঘটনা : থিতাতে নিহত ২

কামৰূপ জিলাৰ বংশৰত নিশা সংঘটিত হৈছে এক ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে দুজন যুৱকৰ মৃত্যু ঘটে আৰু এজন গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, নিহত দুজন যুৱক ক্ৰমে ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নয়ন কলিতা। দুৰ্ঘটনাটোত আন এজন যুৱক গুৰুতৰভাৱে…